মঙলদৈত বজ্ৰপাতত  ঘৰ ভষ্মীভূত, কথমপি ৰক্ষা এটা পৰিয়াল

মঙলদৈত বজ্ৰপাতত ঘৰ ভষ্মীভূত, কথমপি ৰক্ষা এটা পৰিয়াল

বিশেষ সংবাদদাতা,মঙলদৈ, ২ মে : দৰং জিলাৰ মঙলদৈ চহৰৰ নিকটৱৰ্তী নগৰবাহী গাও পঞ্চায়তৰ অন্তৰ্গত ২ নম্বৰ বেজপাৰা (ঝাৰবাৰী) গাৱৰ দিদাৰুদ্দিন আহমেদৰ টিনপাতৰ ঘৰ এটিত যেৱা নিশা বজ্ৰপাত পৰি সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱা ঘটনাই সমগ্র অঞ্চলটিত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি যোৱা নিশা ১ মান বজাত হোৱা ধাৰাষাৰ বৰষুণৰ মাজতে