নিৰ্বাচনৰ প্ৰাগমুহূৰ্তত আক্ৰাছুৰ মাজত বিসম্বাদ |

নিৰ্বাচনৰ প্ৰাগমুহূৰ্তত আক্ৰাছুৰ মাজত বিসম্বাদ |

১৯ এপ্ৰিলঃ আজি গোসাইগাঁও সদৰ-চহৰৰ সংলগ্ন দুই নম্বৰ দলগাঁও স্থিত আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল যোগে আক্ৰাছুৰ মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে কয় যে অসমত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্টীৰ জনজাতি কৰনকে ধৰি কামতাপুৰ পুনৰ উদ্ধাৰ দাবীত আক্ৰাছুৱে দীৰ্ঘদিনৰ পৰা আন্দোলন কাৰ্যসুচী ৰুপায়ন কৰি আহিছে যদিওঁ ইউ পি এ চৰকাৰে সমস্যা সমাধনৰ