নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান

নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান

বেঙেনাআটিৰ পৰা গ্ৰেপ্তাৰ দুই বৃহৎ ড্ৰাগছ ব্যৱসায়ী* ব্যৱসায়ীদ্বয়ৰ পৰা জব্দ হৈছে ২৩.৫ কেজি হেৰ’ইন* গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীদ্বয় ক্ৰমে সামৰ্থ ভানু আৰু ধনজী গুপ্তা* সামৰ্থ ভানু নামৰ মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ বেঙেনাআটিত* ধনজী গুপ্তাৰ ঘৰ বিহাৰত* ৰাজ্যত এয়া সৰ্ববৃহৎ ড্ৰাগছ জব্দ হোৱা অভিযান* ডিমাপুৰলৈ নিয়াৰ কথা আছিল হেৰ’ইনখিনি* Adil Shah Alam report,