মহানগৰীত NESOৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী।

মহানগৰীত NESOৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী।

  “কোনো মূল্যৰ বিনিময়ত উত্তৰ-পূবে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি ল’ব নোৱাৰে” এই মন্তব্য NESO ৰ সাধাৰণ সম্পাদক চিনাম সিনহাৰ।নাগৰিকত্ব সংশোধনী বিধেয়ক অকল অসমৰ সমস্যা নহয়, এয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা।উত্তৰ-পূব বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয় বুলিও মন্তব্য সিনহাৰ। বিধেয়কখন গৃহীত হ’লে হেৰুৱাব লাগিব সাংস্কৃতিক-সামাজিক স্বীকৃতি। কেন্দ্ৰক ঐক্যৱদ্ধ উত্তৰ-পূবৰ শক্তি কিমান দেখুৱাই দিম

ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ চলিব নগাঁও আদালতত ৷

ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ চলিব নগাঁও আদালতত ৷

নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ এই নিৰ্দেশ । নগাঁৱৰ মুখ্য ন্যায়িক দণ্ডাধীশ সংগীতা গগৈৰ আদালতে জাৰি কৰে এই নিৰ্দেশনা । নগাঁও আৰক্ষীৰ চূড়ান্ত প্ৰতিবেদন অগ্ৰাহ্য আদালতৰ । আৰক্ষীয়ে দুয়োপক্ষৰ বুজাবুজি হোৱা বুলি দাখিল কৰিছিল প্ৰতিবেদন । এতিয়াৰে পৰা আদালতত চলিব ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ গোচৰ । অহা ৮ জানুৱাৰী ২০১৯ তাৰিখে

গহপুৰৰ দক্ষিনাঞ্চলত বন্য হস্তীৰ সন্ত্ৰাস |

গহপুৰৰ দক্ষিনাঞ্চলত বন্য হস্তীৰ সন্ত্ৰাস |

গহপুৰৰ লোহিতমুখৰ বিভিন্ন অঞ্চলত যোৱা সন্ধিয়াৰ পৰা বন্য হস্তীৰ এটা জাকে সন্ত্ৰাস চলাই আহিছে । এই হাতীৰ জাকটোৱে অঞ্চলটোৰ বিস্তৰ খেতি পথাৰ নষ্ট কৰি কৃষক ৰাইজক চিন্তিত কৰি তুলিছে। ব্ৰক্ষ্মপুত্ৰৰ দাঁতিকাষৰীয়া মিছিং অধ্যুষিত ৰাইজে বন বিভাগক খবৰ দিছে যদিও সুফল পোৱা নাই। বৰ্তমানো হাতীৰ জাকটো সেই অঞ্চলতে বাহৰ পাতি আছে