পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷

পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷

পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য৷ ? অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচন অকলে খেলাটো পৰিষদৰ সভাৰ সিদ্ধান্ত৷ ? অসম গণ পৰিষদে দলক শক্তিশালী কৰিবৰ ৱাবে আৰু নিজৰ ক্ৰুটি বোৰ বিচাৰি উলিয়াবৰ বাবেই পঞ্চায়ত নিৰ্বাচন অকলে খেলিব লাগে৷ Adil Shah Nagaon.

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷

দীপাৱলীৰ সন্ধিয়া আনন্দ উল্লাসৰ মাজত নগাওঁ জিলাৰ বটদ্ৰৱাত অঘটন ৷ নগাঁও জিলাৰ বটদ্ৰৱাৰ আইভেটি পথাৰত ৰহস্যজনক ভাবে পৰি থকা অৱস্থাত এটি মৃতদেহ উদ্ধাৰ । উদ্ধাৰ হোৱা মৃতদেহটো বটদ্ৰৱাৰ আইভেটি কহুঁৱাতলিৰ মন্টু বৰা বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে। মৃতদেহৰ গাত আঘাতৰ চিন স্পষ্ট । ৰহস্যৰ আৱৰ্তত সমগ্র ঘটনা , দুৰ্বৃত্তই হত্যা