West Guwahati DCP suspended

West Guwahati DCP suspended

The West Guwahati Deputy Commissioner of Police was suspended upon failing to meet his duty. According to sources, IPS Bhanwar Lal Meena, DCP, West Guwahati had been given the responsibility of looking after the safety and security towards the recently appointed Chief Justice of India, Ranjan Gogoi during his visit

আজি মহাসপ্তমী।

আজি মহাসপ্তমী।

আজি মহাসপ্তমী। দেৱীৰ আশিষ ল’বলৈ পুৱাৰে পৰা ভক্তৰ ব্যাপক ভিৰ। দুৰ্গতিনাশিনী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ পিছতেই চৌদিশে উখল মাখল পৰিবেশে বিৰাজ কৰিছে। সপ্তমীৰ দিনাও পূজা মণ্ডপত শতাধিক পুৰুষ মহিলাই পুৱাৰে পৰা মা দুৰ্গাক পূজা আগবঢ়াই আশীৰ্বাদ লবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি সপ্তমী। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বন্দনাৰে বিধৌত হৈ