আকৌ খাকী পোছাকত লাগিল কলংকৰ দাগ, গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

আকৌ খাকী পোছাকত লাগিল কলংকৰ দাগ, গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

গুৱাহাটীৰ হাতীগাঁও আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী মহিলাৰ। গৰ্ভৱতী মহিলাগৰাকীক ওৰেনিশা থানাত বহুৱাই ৰখাৰ অভিযোগ। পুহ মাহৰ হাঁড় কঁপোৱা ঠাণ্ডাত এখন বেঞ্চত বহুৱাই ৰখাৰ অভিযোগ গৰ্ভৱতী মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীক। মহিলাগৰাকীয়ে জনোৱা অনুসৰি, নিশা আঢ়ৈ বজাৰ পৰা পুৱা ৬:৩০ বজালৈ আৰক্ষীয়ে থানাত বহুৱাই ৰাখে। প্ৰচণ্ড পেটৰ বিষৰ ফলত থানাতে ঢলি

নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ, কেতিয়া? ক’ত দেখা যাব? সময় কি? জানক বিস্তাৰিতভাৱে

নতুন বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ, কেতিয়া? ক’ত দেখা যাব? সময় কি? জানক বিস্তাৰিতভাৱে

নতুন বছৰত অৰ্থাৎ ২০২৪ বৰ্ষত দুটা চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব জনসাধাৰণ। ফাগুণ পূৰ্ণিমাৰ নিশা নতুন বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ দেখা যাব পৃথিৱীৰ পৰা। চন্দ্ৰগ্ৰহণৰ সূতক সময় গ্ৰহণ ৯ ঘণ্টা পূৰ্বে আৰম্ভ হয়। সূৰ্যগ্ৰহণৰ সূতক সময় আৰম্ভ হয় ১২ ঘণ্টা পূৰ্বে। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি, সূতক পৰ্ব আৰম্ভ হ’লেই যিকোনো মন্দিৰৰ দুৱাৰ বন্ধ

চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব ! ৫ জানুৱাৰীৰ ৰাশিফল

চাওক আপোনাৰ আজিৰ দিনটো কেনে যাব ! ৫ জানুৱাৰীৰ ৰাশিফল

কন্যা ৰাশি : শ্ৰীগণেশে কৈছে, এয়া জয়ৰ দিন। যি বিচাৰিব, যিকোনো প্ৰকাৰে সেয়া পূৰণ কৰিব পাৰিব। সেয়া যুঁজ দিয়ে হওক বা জেদ কৰিয়ে হওক, আনকি কোনোৱে অসন্তুষ্ট হ’লে এই সময়ত কেৱল নিজৰ ইচ্ছাকেই গুৰুত্ব দিব। কামৰ ক্ষেত্ৰত বহু আইডিয়া আহিব। কিন্তু ইয়াৰ আধাহে বাস্তবায়িত হ’ব। সহকৰ্মীৰ অভাৱত সম্প্ৰসাৰণৰ পৰিকল্পনা বাতিল

মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত প্ৰায় স্তব্ধ যাতায়ত ব্যৱস্থা…

মটৰ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদত প্ৰায় স্তব্ধ যাতায়ত ব্যৱস্থা…

স্তব্ধ ৰাজ্যৰ পৰিবহণ ব্যৱস্থা। অসম মটৰ শ্ৰমিক ইউনিয়ন আৰু পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ৰ কৰ্মবিৰতিৰ ফলত স্তৱ্ধ হৈ পৰিছে ৰাজ্যৰ সকলো যাতায়াত সেৱা। অসম আৰু উত্তৰ-পূবত ৪৮ ঘণ্টাৰ বাবে এই কৰ্মবিৰতি ঘোষণা কৰা হৈছে। অৰ্থাৎ দুদিনৰ বাবে স্তব্ধ হৈ পৰিব যাতায়াত ব্যৱস্থা। আজি পুৱা ৫ বজাৰ পৰা বন্ধ যাত্ৰীবাহী বাছৰ লগতে অ’লা-উবেৰৰ