এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে অসম ৷ এজন আৰক্ষীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰৰে এগৰাকী মহিলাক শূন্য দূৰত্বৰ পৰা বুকুত গুলীয়াই পিছত নিজৰ মুৰত গুলীয়াই আত্মহণণ কৰে ৷ এই মৰ্মান্তিক ঘটনাই সকলোকে
অক্টোবৰ মাহত মুকলি হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং৷ এই দলঙে হ্ৰাস কৰিব গুৱাহাটী-আমিনগাঁৱৰ যানজঁট৷ সোমবাৰে গুৱাহাটী-উত্তৰ দলঙৰ এটা অংশ মুকলি কৰি কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই
ঝাৰখণ্ডত স্বামীৰ সৈতে ফুৰিবলৈ গৈ দলবদ্ধ ধৰ্ষণৰ বলি হোৱা স্পেইনৰ যুৱতীগৰাকীয়ে আগবঢ়াইছে ঘটনাৰ লোমহৰ্ষক বিৱৰণ৷ ঘটনাৰ দিনা ফাৰ্ণাণ্ডা নামৰ যুৱতীগৰাকীয়ে স্বামীৰ সৈতে ঝাৰখণ্ডৰ ডুমকা জিলাৰ কুৰুমাহাট গাঁৱত দিনটোৰ ভাগৰৰ পাছত
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশজুৰি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিব বুলি ঘোষণা কৰাৰ পাছতে অসমত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিৰোধী ৰাজনৈতিক দলসমূহকে