কমতাপুৰ-বৰাক গঠনৰ বাট বন্ধ হ’ল…

কমতাপুৰ-বৰাক গঠনৰ বাট বন্ধ হ’ল…

ৰাজ্যত পৃথক কমতাপুৰ, বৰাক ৰাজ্য গঠনৰ দাবীক লৈ বিভিন্ন সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়ত পৃথক কমতাপুৰ আৰু পৃথক বৰাক গঠনৰ বাট বন্ধ হৈ পৰিল আলফা-চৰকাৰৰ মীমাংসা চুক্তিৰ জৰিয়তে৷ এই চুক্তি যদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে ডাৰি-ক’মাৰ হেৰফেৰ নোহোৱাকৈ ৰূপায়ন কৰা হয় অথবা কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰে তেনেহ’লে

নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !

নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !

সাধাৰণতে ৰাশিৰ আধাৰত সন্তানৰ নাম ৰখা হয় বিজ্ঞসকলৰ মতে নামৰ আদ্যাক্ষৰে নিৰ্ণয় কৰে ব্যক্তিৰ স্বভাব- চৰিত্ৰ সেই অনুযায়ী স্পষ্ট হয় জাতক-জাতিকাৰ ভাগ্য । এ(A): নতুন বছৰত জীৱনলৈ নতুন প্রেম আহিব পাৰে। বছৰটোত নানান শাৰীৰিক সমস্যাও হ’ব পাৰে। খোৱা-লোৱাত সংযমী হোৱা প্রয়োজন। অৱশ্যে বছৰৰ মাজ ভাগত পৰিস্থিতি সলনি হ’ব। এটা কথা

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা…

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা…

নৱবৰ্ষৰ প্ৰথম দিনটোতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। ৪ গৰাকীকৈ স্থানীয় লোকক গুলীয়াই হত্যা। থৌবাল জিলাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৫ খন জিলাত পুনৰ সান্ধ্য আইন বলৱৎ।

GUCDOE: দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

GUCDOE: দূৰ আৰু অনলাইন নামভৰ্তিৰ বাবে আবেদন

গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ (GUCDOE)ৰ অধীনত নতুন শৈক্ষিকবৰ্ষৰ বাবে দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীত (ONLINE MODE) নামভৰ্তিৰ বাবে আবেদনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু তথ্য-প্ৰযুক্তি বিজ্ঞান- এই চাৰিটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া অহা ৪ জানুৱাৰী ২০২৪ৰ পৰা আৰম্ভ হ’ব বুলি শিক্ষাকেন্দ্ৰৰ সঞ্চালক ড০ দেৱহৰি

নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

নিশা পাৰ্টি, পুুৱা অচেতন অৱস্থাত উদ্ধাৰ আৰু পাছত মৃত্যু IIT ৰ ছাত্ৰীৰ

অকালতে প্ৰাণ হেৰুৱালে গুৱাহাটী আইআইটিৰ এগৰাকী ছাত্ৰীয়ে। অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। মৃত্যু হোৱা যুৱতীগৰাকী তেলেংগানাৰ পুলোৱী অছৈয়। জানিব পৰা মতে ৩১ ডিচেম্বৰৰ নিশা জিএছ ৰোডৰ এখন বাৰত ৩ বন্ধুৰ সৈতে পাৰ্টি কৰিছিল যুৱতীগৰাকীয়ে। তাৰপাছতে গৈছিল পল্টন বজাৰৰ এখন হোটেললৈ। চাৰি বন্ধুয়ে ২ টাকৈ