নগাঁৱত চাঞ্চল্যকৰ ঘটনা। শ্ৰেণীকোঠাত চিপজৰী লৈ আত্মহত্যা প্ৰধান শিক্ষকৰ। নগাঁও আৰবান স্কুলৰ প্ৰধান শিক্ষক পাৰ্থসাৰথি লস্কৰৰ। আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই
স্বামীৰ অৱৰ্তমানৰ সুবৰ্ণ সুযোগ লৈ ঘিলামৰাৰ এগৰাকী বিবাহিত মহিলাৰ সতে গোপন অভিসাৰ কৰিবলৈ গৈ ৰাজহুৱা পিটন খালে ঢকুৱাখনাৰ এটা লম্পট বস্ত্ৰ বেপাৰীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰৰ নিশা প্ৰায় ৭-০০বজাত ঢকুৱাখনা নগৰৰ ষ্টে’ট বেংকৰ সমীপৰ বস্ত্ৰ বিপণীখনৰ গৰাকী ঢকুৱাখনা মানিকপুৰ গাঁওৰ হামিদুৰ আলিয়ে বাইক লৈ পৰিকল্পিতভাৱে অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ উপস্থিত
৫০ বছৰ পিছত মিলিছে দ্বৈত নৱপঞ্চম ৰাজযোগ! নতুন বছৰত ধন-যশেৰে সমৃদ্ধিশালী হ’ব এই ৩ ৰাশি.. নতুন বছৰত ধন-যশ, মান-সন্মানেৰে সমৃদ্ধিশালী হ’ব এই ৩ ৰাশি। হাতলৈ আহিব প্ৰচুৰ টকা। জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহৰ ৰাশিৰ এটা নিৰ্দিষ্ট ব্যৱধানত পৰিৱৰ্তন ঘটে। এই গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ লগে লগে জাতক-জাতিকাৰ জীৱনত প্ৰভাৱ পৰে
সন্ধিবাত মানে কি? সহজ ভাষাত কবলৈ গলে সন্ধিবাত (osteoarthrits) হ’ল এটা বয়সজনিত সমস্যা। যাৰ প্ৰভাৱ শৰীৰৰ বিভিন্ন সন্ধি সমূহত, বিশেষকৈ ওজন সহি থকা সন্ধিবোৰত (যেনে – আঠুৰ সন্ধি, ককালৰ সন্ধি আদিত) বেছিকৈ দেখিবলৈ পোৱা যায়। শৰীৰত থকা সন্ধি সমূহৰ বাবেই আমি দৈনন্দিন সকলো কাৰ্য যেনে- চলাফুৰা আদি সুচাৰুৰূপে কৰিব পাৰো।
শীতকালত গৰ্ভাৱস্থাত কিছু স্বাস্থ্যকৰ পানীয় খালে মাতৃ আৰু সন্তান দুয়ো সুস্থ হৈ থাকিব। সেই ৫ টা পানীয়ৰ বিষয়ে আজি আপোনালোকক জনাম। গৰ্ভত বাঢ়ি অহা শিশুটিৰ বিশেষ যত্ন ল’ব লাগে। যদি মাতৃ সুস্থ নহয় তেন্তে শিশুৰ স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পৰে। সেয়ে গৰ্ভাৱস্থাত এগৰাকী মহিলাই খোৱা-বোৱা সকলো বস্তুৰ প্ৰতি বিশেষ যত্ন ল’ব