৩১ ডিচেম্বৰ শেষ সীমা; বন্ধ হ’ব পাৰে আপোনাৰ UPI ID আপোনাৰ হাতত মাজত মাত্র ৫টা দিন। সময় থাকোঁতেই পৰীক্ষা কৰক আপোনাৰ UPI ID । কিয়নো হঠাৎ বন্ধ হৈ যাব পাৰে আপোনাৰ পুৰণি UPI ID। ৩১ ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব পাৰে ডিজিটেল লেনদেন। এবছৰ ধৰি ব্যৱহাৰ নকৰা UPI ID বন্ধ হৈ
২০২৪ত এশজন সাংসদে প্রার্থিত্ব হেৰুৱাব শাসক দলৰ, বয়োজ্যেষ্ঠ মন্ত্রী-সাংসদো বঞ্চিত হ’ব, ৫০ শতাংশ ভোট দখলৰ লক্ষ্য মোদীৰ, ৩৫০ আসনত জয়ৰ পৰিকল্পনা… যুৱ প্রজন্মক সন্মুখত লৈ পুনৰ দিল্লী দখলৰ পৰিকল্পনা ৰচিছে কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে। সকলো পৰিকল্পনা মতে আগবাঢ়িলে সমাগত লোকসভা নির্বাচনত বিজেপিয়ে প্রার্থিত্বৰ পৰা বঞ্চিত কৰিব পাৰে বৰ্তমানৰ কমেও এশজন সাংসদক। বিগত দুদিন ধৰি অনুষ্ঠিত দলৰ
পুনৰ গুৱাহাটীত গুলীচালনাৰ ঘটনা। মহানগৰীৰ সোণাইঘুলীত সংঘটিত হৈছে এই ঘটনা। এটা ধৰ্ষণকাণ্ডক লৈ এই ঘটনা হোৱাৰ সন্দেহ। কুণাল ৰয় নামৰ এজন যুৱকৰ বিৰুদ্ধে আছে ধৰ্ষণ কাণ্ডৰ অভিযোগ। গুলীচালনাৰ ফলত এজন লোকৰ হেলমেটত গুলী লগাৰ খবৰ। এটা ঘৰৰ ভিতৰত সোমাই আছে কুণাল ৰয় নামৰ যুৱকজন। ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী। ঘটনাক
অসম গণ পৰিষদৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নগাঁও জিলা সমিতি খন আজি গঠন কৰা হয়। জিলা খনৰ অধীনস্থ সাতটা বিধানসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদৰ পৰা পাচ গৰাকী সদস্যৰ অন্তৰ্ভুক্তি ৰে জিলা সমিতি খন গঠন কৰা হয় । ধৰ্মীয় সংখ্যালঘু পৰিষদ গঠনৰ উদ্দেশ্যে আজি জুৰীয়াৰ দগাওঁ আঞ্চলিক মহিলা সমিতিৰ অস্থায়ী
দুচকুত স্বাধীন অসমৰ সপোন আঁকি লৈ সশস্ত্র সংগ্রামৰ পথ বাছি লোৱাৰ পাছত আলোচনাৰ মেজলৈ উভতি অহা সংযুক্ত মুক্তি বাহিনী, অসম (আলফা)ৰ সৈতে সম্পাদিত হ’বলগীয়া চুক্তিক লৈ চৌদিশে সৃষ্টি হৈছে তীব্র উৎকণ্ঠা৷ দীর্ঘদিনীয়া আলোচনা প্রক্রিয়াৰ অন্তত স্বাক্ষৰ হ’বলগীয়া এই বহুপ্রতীক্ষিত চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ বাবে দিল্লীত বাহৰ পাতিছে সংগঠনটোৰ শীর্ষ নেতৃত্ব৷