মগজু হৈছে শৰীৰৰ এক জটিল তথা গুৰুত্বপূৰ্ণ অংগ, যি চিন্তা, স্মৃতিশক্তি, আৱেগ, স্পৰ্শ, দৃষ্টিশক্তি, উশাহ, উষ্ণতা, ভোক আৰু আমাৰ শৰীৰ নিয়ন্ত্ৰণ কৰা প্ৰতিটো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। মগজু আৰু মেৰুদণ্ডই একেলগে প্ৰসাৰিত হৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা চিএনএছ গঠন কৰে। এই মগজুৰ বিকাশৰ বাবে প্ৰয়োজন কেতবোৰ উপযুক্ত খাদ্য সামগ্ৰীৰ। যিয়ে মগজুৰ ক্ষীপ্ৰ
আপোনাৰ দৈনন্দিন ৰুটিনত আজিয়ে সংযোজন কৰক এই তিনিটা কাম। গোটেই দিনটো ভালে যাব আপোনাৰ। ৰাতিপুৱাৰ এই তিনিটা প্ৰধান কামে কোনো চাপ অৰ্থাৎ প্ৰেছাৰ নোহোৱাকৈ আপোনাৰ দিনটো আৰম্ভ কৰাত সহায় কৰিব। এটা ভাল আৰম্ভণিয়ে এক সুন্দৰ দিনৰ পথ প্ৰশস্ত কৰে। সেয়েহে এক সুসংগঠিত ৰুটিন থকাটো অত্যন্ত প্ৰয়োজনীয়। যিয়ে গোটেই দিনটো আপোনাক
দিনৰ ভাগত কৰ্মক্ষেত্ৰত আপোনাৰো টোপনি ধৰে নেকি? যদি ধৰে তেন্তে আপুনিও অবলম্বন কৰক এই কেইটা উপায়, টোপনি দূৰ হ’ব আপোনাৰো। প্ৰায় বেছি সংখ্যক লোকৰে দিনৰ ভাগত অৰ্থাৎ দুপৰীয়া সময়ত বেছিকৈ ধৰে টোপনি। স্কুল-কলেজৰ শিক্ষাৰ্থী, কৰ্মচাৰীয়ে হওক বা অফিচৰ কৰ্মচাৰীয়ে হওক নহ’লে বা আন বেলেগেই হওক প্ৰায় সকলোৰে টোপনি ধৰে দিনৰ
যদি আপুনি স্বাস্থ্যৱান হৈ থাকিব বিচাৰে, তেন্তে ৰাতিপুৱা চাহৰ সৈতে ব্ৰেড খোৱা বন্ধ কৰক। কিয়নো ব্ৰেডে স্বাস্থ্যৰ বহুতো ক্ষতি কৰে। বেছিভাগ মানুহেই ৰাতিপুৱা চাহৰ সৈতে আৰম্ভ কৰে দিনটো। কিছুমানে ৰঙা চাহ খায়, কিছুমানে গাখীৰ চাহ খায়। ইয়াৰ লগতে, বহুলোকে চাহকাপৰ লগত বিস্কুট, পিঠা খাবলৈ ভাল পায়। প্ৰায় সকলো লোকেই ৰাতিপুৱাৰ
আপোনাৰ ছালৰ ৰোগ আছে নেকি? সাৱধান! চেনী নাখাব… নিজকে বাহ্যিকভাৱে সুন্দৰ কৰি ৰাখিলেহে আমাৰ মন আৰু শৰীৰ সুস্থ আৰু সতেজ হৈ থাকে। সকলো লোকেই সুন্দৰ হৈ থকা উচিত। দৈনন্দিন জীৱনত প্ৰত্যেকেই এখন সুন্দৰ ছালৰ অধিকাৰী হোৱাটো বিচাৰে। কিন্তু এইক্ষেত্ৰত আমি কেনেকৈ নিজৰ যতন ল’ব লাগে সেইটো ভালদৰে নাজানো৷ সততে কম