১৩০১টা স্থানত আয়োজিত এই যাত্ৰাত ৭ লাখৰো অধিক লোকৰ অংশগ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সম্পৰ্কে নাগৰিকসকলক অৱগত আৰু সবলীকৰণৰ লক্ষ্যৰে ৰাষ্ট্ৰজোৰা প্ৰচাৰ অভিযান, বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সমগ্ৰ অসমতে সফল যাত্ৰা অব্যাহত আছে। তৃণমূল পৰ্য্যায়ত চৰকাৰী সেৱাসমূহে প্ৰতিটো প্ৰান্তকে স্পৰ্শ কৰাটো নিশ্চিতকৰণেৰে এই যাত্ৰা প্ৰতিঘৰ গৃহস্থীৰ দুৱাৰদলিত উপনীত হৈছেগৈ। আজি
পানী হৈছে জীৱন।এই কথা আপোনালোকে নিশ্চয় বহুবাৰ পঢ়ি শুনিছে।মানুহৰ অস্তিত্ব ৰক্ষাৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰ হৈছে পানী। পৃথিৱীৰ আধা অংশ পানীৰে-আবৃত্ত।ইয়াৰ পাছতো পৃথিৱীত পানীৰ নাটনি হৈছে।ইয়াৰ কাৰণ হল-খোৱাপানীৰ অভাৱ।আধা পানী হিমবাহত জমা হৈ থাকে।কিন্তু নদী বা হ্ৰদবোৰৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।কিন্তু লেতেৰাৰ বাবে ভাৰতৰ প্ৰায়বোৰ নদীৰ পানী-খোৱাৰ যোগ্য
বঙাইগাঁৱত অঘটন। ৰে’লৰ খুন্দাত নিহত তিনিজন। বঙাইগাওঁ চহৰৰ কাষৰীয়া কুজিয়া নৈৰ সেতুত এই অঘটন। নিহত তিনিওহগৰাকী একেটা পৰিয়ালৰ সদস্য। নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে তিনিও। নিহতসকলৰ ভিতৰত আছে মাতৃ আৰু কন্যা। নিহত মাতৃগৰাকীৰ নাম কল্পনা বৰ্মন। নিহত কল্পনা বৰ্মনৰ কন্যা প্ৰিয়া বৰ্মন। অৱশ্যে উদ্ধাৰ হোৱা নাই আনগৰাকী নিহতৰ পৰিচয়।
চিকাৰৰ দৃশ্যগ্ৰহণ কৰাৰ পাছত লণ্ডনৰ পৰা উভতিল জুবিন গাৰ্গ। সংবাদ মাধ্যমৰ আগত শ্বুটিঙৰ অনুভৱ ব্যক্ত কৰিলে শিল্পীগৰাকীয়ে। পূৰ্ণগতিত চলি আছে জুবিনৰ ‘চিকাৰ’ ছবিৰ কাম। ‘চিকাৰ’ত ৰাইজে জুবিন গাৰ্গক দেখা পাব এজন আদিবাসীৰ ৰূপত। নতুন বছৰত ৰাইজে পাব জুবিনৰ দুখনকৈ চিনেমা। জুলাই নাইবা আগষ্ট মাহত মুক্তি লাভ কৰিব ‘চিকাৰ’ ছবিখনে। ৩
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি দিনটো মিশ্ৰিত ফলাফল পাব। কৰ্মক্ষেত্ৰত বিফলতা বা গুৰুত্বপূৰ্ণ চুক্তি বাতিল হোৱাৰ ফলত বিৰক্তিৰ সৃষ্টি হ’ব পাৰে। কথাত সংযম ৰাখিব, অন্যথা কৰ্মস্থলী আৰু ঘৰৰ পৰিৱেশ বিনষ্ট হ’ব পাৰে। ধৰ্মীয় কাম-কাজত জড়িত হ’লে আপোনাৰ মানসিক শক্তি বৃদ্ধি পাব। যিকোনো নতুন কাম বা সংগ্ৰহত ধন বিনিয়োগ কৰাৰ পৰা