মানুহৰ সঘনে হোৱা এবিধ ৰোগ হৈছে কাহ-চৰ্দি। বিশেষকৈ শীত কালত মানুহ বেছিকৈ আক্ৰান্ত হয় এই ৰোগত। ঠাণ্ডা লাগিলে, ধূলি লগাৰ ফলতো বহু সময়ত এই ৰোগে দেখা দিয়ে। ঘৰুৱা উপাচাৰৰ জৰিয়তে এলাৰ্জি জনিত এই কাহ-চৰ্দিৰ পৰা পৰিত্ৰাণ পাব পাৰি। বিশেষকৈ তুলসীৰ চাহে এই ৰোগ নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। কিয়নো তুনসীত
বহু সময়ত দেখা দিয়া এক ৰোগ হৈছে কাণৰ বিষ। সাধাৰণতে কাণৰ ভিতৰখন মলিয়ন হ’লে বা কোনো কাৰণত ৰোগৰ সংক্ৰমণ হ’লে, পানী সোমালে, উচ্চতা আৰোহণ কৰাৰ সময়ত কাণৰ বিষ হ’লে অথবা তনচিল বা দাঁতৰ অসুখ আদিত আক্ৰান্ত হ’লেও কাণত বিষ অনুভৱ হ’ব পাৰে। কাণৰ বিষৰ পৰা উপশম পাবলৈ ঘৰুৱা পদ্ধতিৰো ব্যৱহাৰ
খং নামেই চণ্ডাল। প্ৰায় সংখ্যক লোকৰে অতি সোনকালে খং উঠে। খঙত দিক্-বিদিক হেৰুৱাই পেলাই কিছু লোকে। নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি কেতিয়াবা বিপদতো পৰে তেওঁলোক। খং নিয়ন্ত্ৰণ কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰিব আপুনি। জানো আহো খং নিয়ন্ত্ৰণৰ উপায়সমূহ: আপুনি খং কমাৰ পিছত অৰ্থাৎআপোনাৰ মনটো শান্ত হোৱাৰ পিছত আপোনাৰ অসন্মতি
মগজু হৈছে শৰীৰৰ এক জটিল তথা গুৰুত্বপূৰ্ণ অংগ, যি চিন্তা, স্মৃতিশক্তি, আৱেগ, স্পৰ্শ, দৃষ্টিশক্তি, উশাহ, উষ্ণতা, ভোক আৰু আমাৰ শৰীৰ নিয়ন্ত্ৰণ কৰা প্ৰতিটো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। মগজু আৰু মেৰুদণ্ডই একেলগে প্ৰসাৰিত হৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা চিএনএছ গঠন কৰে। এই মগজুৰ বিকাশৰ বাবে প্ৰয়োজন কেতবোৰ উপযুক্ত খাদ্য সামগ্ৰীৰ। যিয়ে মগজুৰ ক্ষীপ্ৰ
আপোনাৰ দৈনন্দিন ৰুটিনত আজিয়ে সংযোজন কৰক এই তিনিটা কাম। গোটেই দিনটো ভালে যাব আপোনাৰ। ৰাতিপুৱাৰ এই তিনিটা প্ৰধান কামে কোনো চাপ অৰ্থাৎ প্ৰেছাৰ নোহোৱাকৈ আপোনাৰ দিনটো আৰম্ভ কৰাত সহায় কৰিব। এটা ভাল আৰম্ভণিয়ে এক সুন্দৰ দিনৰ পথ প্ৰশস্ত কৰে। সেয়েহে এক সুসংগঠিত ৰুটিন থকাটো অত্যন্ত প্ৰয়োজনীয়। যিয়ে গোটেই দিনটো আপোনাক