আজি পেছাদাৰী জীৱনৰ বাবে এটা ভাল দিন হ’ব, কিন্তু ব্যক্তিগত জীৱনত অসুবিধাৰ সন্মুখীন হ’ব পাৰে,আজিৰ ৰাশিফল পঢ়ক

আজি পেছাদাৰী জীৱনৰ বাবে এটা ভাল দিন হ’ব, কিন্তু ব্যক্তিগত জীৱনত অসুবিধাৰ সন্মুখীন হ’ব পাৰে,আজিৰ ৰাশিফল পঢ়ক

মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপোনাৰ বাবে ফলপ্ৰসূ দিন হ’ব। কৰ্মক্ষেত্ৰত তিক্ততাক মিঠালৈ ৰূপান্তৰিত কৰাৰ কলা শিকিব লাগিব। ব্যৱসায়ত আৱদ্ধ হৈ থকা যিকোনো ধন আপুনি ঘূৰাই পাব পাৰে, ফলত আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব। আপুনি আনৰ কল্যাণৰ কথা ভালদৰে চিন্তা কৰিব লাগিব, নহ’লে মানুহে আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে।

১০০ বছৰ পিছত অমাৱস্যাত বিৰল সংযোগ! এই ৫ ৰাশিৰ জীৱনত আঁতৰিব অমানিশা, খুলিব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰ পিছত অমাৱস্যাত বিৰল সংযোগ! এই ৫ ৰাশিৰ জীৱনত আঁতৰিব অমানিশা, খুলিব সৌভাগ্যৰ দুৱাৰ

শুক্ৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত শক্তিশালী মালব্য ৰাজযোগৰ সৃষ্টি হৈছে ফলত জাতক-জাতিকাৰ জীৱনত মহান ৰাজযোগ সংযোগ গঢ় লৈ উঠিব যিসকল জাতক-জাতিকাই জীৱনত বহুত লাভ কৰিবলৈ গৈ আছে তেওঁলোক হ’ল- মেষ কাৰ্তিকৰ পৰা অগ্ৰহয়ন অমৱস্যাই মালব্য ৰাজযোগ নিৰ্মাণ কৰিবলৈ ওলাইছে ফলত জাতক-জাতিকাসকলে লাভ কৰিব ডাঙৰ ফলাফল ব্যৱসায় কৰা লোকসকলৰ বাবেও আহি আছে

‘CAA’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে কা-বিৰোধী সমন্বয় সমিতিয়ে

‘CAA’ আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনালে কা-বিৰোধী সমন্বয় সমিতিয়ে

CAA বিৰোধী আন্দোলনৰ বীৰ শ্বহীদসকলৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন “CAA” বিৰোধী সমন্বয় সমিতি, অসমে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। গুৱাহাটীত অনুষ্ঠিত হোৱা অনুষ্ঠানত আয়োজক সমিটিৰ মুৰব্বী বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, অসম তৃণমূল কংগ্ৰেছৰ মুৰব্বী ৰিপুণ বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, কংগ্ৰেছৰ নেতা প্ৰবীণ বড়ো,

IPS আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি, তদন্ত কৰিব মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ

IPS আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি, তদন্ত কৰিব মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ

IPS আনন্দ মিশ্ৰক মণিপুৰলৈ বদলি। মণিপুৰলৈ বদলি কৰা হৈছে ৰণদীপ কুমাৰ বৰুৱাকো। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে অসমৰ দুগৰাকী আৰক্ষী বিষয়াক তাৎক্ষণিকভাৱে মণিপুৰলৈ বদলি কৰা হৈছে। মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা SITত যোগ দিব দুয়োগৰাকী বিষয়াই। দুই বিষয়াই তদন্ত কৰিব শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ। উল্লেখযোগ্য যে লখিমপুৰৰ আৰক্ষী অধীক্ষক

বিকশিত ভাৰত @২০৪৭: ভইচ অৱ য়ুথ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বিকশিত ভাৰত @২০৪৭: ভইচ অৱ য়ুথ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

‘বিকশিত ভাৰত @২০৪৭: ভইচ অৱ য়ুথ’ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ ভৱন, অসমে আইআইটি গুৱাহাটীত আয়োজন কৰে ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানৰ Posted On: 11 DEC 2023 5:31PM by PIB Guwahati প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ‘বিকশিত ভাৰত @২০৪৭: ভইচ অৱ