ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ বস্তু খাই। এনে পৰিস্থিতিত যদি আপুনিও শীতকালত কফ আৰু কাহৰ দ্বাৰা সমস্য়াত ভোগে, তেন্তে দৈনিক হালধিৰ পানী খাব লাগে। এই পানী খালে কি কি উপকাৰ হয় জানো আহক। হালধিৰ পানী খোৱাৰ উপকাৰীতা- কাহ আৰু চৰ্দিত উপকাৰী- হালধিত এন্টিবেক্টেৰিয়েল গুণ পোৱা যায়। হালধি
জ্যোতিষ শাস্ত্ৰ মতে, শুক্ৰ হ’ল পাৰ্থিব সুখ, বিলাসিতা, বিবাহিত জীৱন, শিল্পকলা, প্ৰতিভা আদিৰ কাৰক। (প্ৰতীকী ফটো) শুক্ৰ হ’ল বৃষ আৰু তুলাৰ স্বামী। উচ্চ ৰাশি মীন আৰু নিম্ন ৰাশি তুলা। আগন্তুক ২৫ ডিচেম্বৰত শুক্ৰ বৃশ্চিক ৰাশিত স্থান সলনি কৰিব। (প্ৰতীকী ফটো) ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জাতক-জাতিকাৰ জীৱনত চৰম প্ৰাপ্তি হ’ব। (প্ৰতীকী
মেষ ৰাশি : শ্ৰীগণেশে কৈছে, মেষ ৰাশিৰ জাতক-জাতিকাৰ সন্তোষজনক স্বভাৱে তেওঁক প্ৰতিকূল পৰিস্থিতিতো ধৈৰ্য ৰাখিবলৈ সহায় কৰিব। পৰিকল্পিত কাম শেষ নোহোৱাৰ ফলত খং উঠিব পাৰে। কিন্তু কাৰো মিঠা ব্যৱহাৰত সেই খং শান্ত হৈ পৰিব। ব্যৱসায়ত ডাঙৰ ভুল হোৱাৰ সম্ভাৱনা আছে। কিন্তু কোনো এক আত্মীয় কাষত থকাৰ ফলত ডাঙৰ ক্ষতিৰ পৰা
নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ শিক্ষাৰ্থীয়ে ৰাষ্টীয় পৰ্যায়ত কৃতিত্ব লাভ কৰিছে ৷ সুৰনন্দন ভাৰতীৰ কলকতা ব’ৰ্ডৰ সপ্তম বৰ্ষৰ শেষান্ত পৰীক্ষাত নগাঁৱৰ শিক্ষাৰ্থী তিস্তা কলিতাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ ছাত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰদীপ আৰ্ট এণ্ড ক্ৰাফ্টৰ ছাত্ৰী তিস্তা কলিতাৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ত কুমাৰ প্ৰিন্স আৰু
নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰবিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৃথিৱীৰ সেউজীয়া মানুহ,”ফৰেষ্ট মেন অফ ইণ্ডিয়া” অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক ২০২৩ বৰ্ষৰ “শ্বহীদ কৰম সিং জনমভূমি বঁটা” প্রদান কৰা হয় ৷ বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰে “আমাৰ অসম” কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে ৷ বঁটাগ্ৰহণ