লখিমপুৰ,১২ ডিচেম্বৰঃ লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ নৱনিযুক্ত জিলা আয়ুক্ত গায়ত্রী হ্যালিংগেই জিলাখনৰ সাংবাদিক, সংবাদকৰ্মী সকলৰ সৈতে এক সৌহাদ্যপূৰ্ণ বার্তালাপ অনুষ্ঠানত মিলিত হয়। জিলাখনৰ সাংবাদিক সকলে জিলা আয়ুক্তগৰাকীক জিলালৈ স্বাগতম জনোৱাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। সাংবাদিক সকলে জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে সমস্যাসমূহৰ বিষয়ে অৱগত
বিজেপিত আজি বৃহৎ যোগদান কাৰ্যসূচী প্ৰাক্তন কংগ্ৰেছী সাংসদ কিৰিপ চলিহাৰ পুত্ৰ অৰ্কাশিষ চলিহায়ো যোগদান কৰিব বিজেপিত… NB:This is a breaking news story , more details will be added soon.
শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।আনহাতে, ইয়াত হনুমানৰ ১০৮ টা মান উল্লেখ আছে। হনুমান চালিছা ১৬ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী
কি দৰে প্ৰাপ্ত হল-বীৰ হনুমানৰ অপাৰ শক্তি- ১/ভগৱান সূৰ্য্যই যেতিয়া-নিজৰ শক্তিৰ আধা ভাগ দি লৈ কলে-যেতিয়া হনুমানৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ শক্তি আহিব,তেতিয়া মইয়ে-হনুমানক শাস্ত্ৰ জ্ঞান দিম।যাৰ দ্বাৰা হনুমান ভাল বক্তা হব।আৰু শাস্ত্ৰ জ্ঞানত হনুমানৰ সমান আন কোনো নহব। ২/ধৰ্মৰাজ যমে-হনুমানক বৰদান দিলে যে-হনুমান মোৰ দণ্ডৰ দ্বাৰা অবধ্য আৰু নিৰোগী হব।
উফিৰ ফলত লাজৰ সন্মুখীন হ’বলগীয়া হয় কেতিয়াবা। যেতিয়া আপোনাৰ চুলি আৰু কাপোৰত উফি পৰি থাকে তেতিয়া আপোনাৰ কাষৰ মানুহেও বেয়া পায়। এই সমস্যা যিকোনো ঋতুতে হ’ব পাৰে, কিন্তু শীতকালত এনে সমস্যা বাঢ়ে। বহুতে ইয়াৰ পৰা সকাহ পাবলৈ ৰাসায়নিক ভিত্তিক এন্টি ডাণ্ড্ৰাফ শ্বেম্পু ব্যৱহাৰ কৰে যদিও কিছুমান ঘৰুৱা উপায়ৰ জৰিয়তেও উফিৰ