মেষ ৰাশি: বিবাহিত লোকসকলক পাৰিবাৰিক জীৱনত সুখী যেন দেখা যাব ৷ আপোনাৰ জীৱন সংগীয়ে আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব ৷ প্ৰেম সম্পৰ্কত থকা লোকসকলৰ প্ৰেমৰ পৰীক্ষা হ’ব ৷ এই সপ্তাহত আপুনি আমদানি-ৰপ্তানিৰ কামত প্ৰচণ্ড সাফল্য লাভ কৰিব ৷ যদি আপুনি চৰকাৰী খণ্ডৰ কোনো ডাঙৰ আঁচনিৰ সুবিধা ল’বলৈ চেষ্টা কৰিছে, তেন্তে পাব
এবাৰ মহাদেৱৰ ভক্ত মৰ্হষি দোৰভাষা পৃথিৱী ভ্ৰমণ কৰি আছিল।তেনেদৰে ভ্ৰমণ কৰি তেওঁ এখন অৰণ্য পালেগৈ।অৰণ্যত তেওঁ দেখিলে অপূৰ্ব সুন্দৰী এগৰাকীয়ে হাতত পাৰিজাত পুস্প মালা লৈ আছিল।সেই মালা দিব্য গুণৰ আছিল,সেই মালাৰ অপূৰ্ব সুগন্ধত অৰণ্যখন সুবাহিত হৈ আছিল।দোৰভাষা মুনিয়ে সেই সুন্দৰী অপেস্বৰীপৰা মালা ডাল বিচাৰিলে।আৰু অপেস্বৰীয়েও আদৰ সন্মানেৰে সেই মালা মুনিক
আদি-অন্ত-মহাদেৱ, শিৱ-শংকৰ-চম্ভু-মহাদেৱ, মহাদেৱক শাস্ত্ৰত সংসাৰৰ মৰ্য্যদা দিয়া হৈছে। মহাদেৱৰ জন্মৰ বিষয়ে বেলেগ বেলেগ পুৰাণত বেলেগ বেলেগ কথাৰে প্ৰচলিত আছে।শিৱপুৰাণৰ মতে মহাদেৱক চম্ভু মনা যায়, ইয়াৰ অৰ্থ হৈছে তেওঁৰ উৎপত্তি নিজে হৈছিল আৰু অন্তও নিজে হব। বিষ্ণু পুৰাণৰ মতে এবাৰ ব্ৰহ্মাক এটা সৰু লৰা’ৰ প্ৰয়োজন হৈছিল।সেইবাবে ব্ৰহ্মাই ঘোৰ তপস্যা কৰিছিল আৰু
মা মনসাক নাগ মাতা বুলা হয়।মা মনসা হৈছে সমস্ত সংসাৰৰ নাগৰ মাতা। মা মনসাৰ কৃপা পালে নাগৰ পৰা ভয় নেথাকে। বহুতো পুৰাণত মা মনসাৰ বৰ্ণনা পোৱা যায়।বিষ্ণু পুৰাণৰ চতুর্থ খণ্ডত এক নাগ কন্যাৰ বৰ্ণনা আছে, যিয়ে আগলৈ মা মনসাৰ নাম প্ৰচলিত হল। ব্ৰহ্মা বৈভৱ পুৰাণৰ মতে এক নাগ কন্যা আছিল,সেই
শণিদেৱক ন্যাৰ দেৱতা কোৱা হয়। শণিবাৰৰ দিনটো শণিদেৱক অৰ্পণ কৰা হয়।শণিবাৰে পোৱা যদি এওঁলোকৰ দৰ্শন হয় তেনেহ’লে শণিদেৱৰ গোটেই দিনটো শণিদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব। ১) শাস্ত্র অনুসাৰে শণিবাৰে পুৱাই মগনীয়া আহিলে বহুত শুভ মনা হয়। আৰু যিয়ে ঘৰলৈ অহা মগনীয়াক একো দান নিদি বা খং কৰি পথিয়াই দিয়ে, সেই