▪️অসম চৰকাৰৰ অসামৰিক সেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱাৰ দেহাৱসান

▪️অসম চৰকাৰৰ অসামৰিক সেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱাৰ দেহাৱসান

অসম চৰকাৰৰ অসামৰিক সেৱা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ কুমাৰ বৰুৱাৰ দেহাৱসান। গুৱাহাটীৰ আমবাৰীৰ নিজা বাসভৱনত হৃদ ৰোগত আক্ৰান্ত হৈ যোৱা ২৬ জুনৰ পুৱা ৭.৩৫ বজাত বৰুৱাই ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।উত্তৰ লক্ষীমপুৰৰ লালুকত ০৭-১১-১৯২৯ চনত জন্ম গ্ৰহণ কৰা বৰুৱা অসম চৰকাৰৰ ভূমি অভিলেখ বিভাগৰ পৰা

৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপৰ প্ৰথম দিনাৰ খেল অন্ত

৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপৰ প্ৰথম দিনাৰ খেল অন্ত

গুৱাহাটী, ২ জুলাইঃসৰুসজাইস্থিত ড০ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত আজিৰে পৰা আৰম্ভ হ’ল ৩২ সংখ্যক আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপ। পুৱা ৮ বজাত পতাকা উত্তোলনৰে প্ৰতিযোগিতাৰ উদ্ধোধন কৰে অসম সাঁতোৰ সন্থাৰ উপসভাপতি দেৱ হাজৰিকাই। বন্তি প্ৰজ্বলন কৰি উদ্বোধনী শুভেচ্ছা জ্ঞাপন কৰে চুইমিং ফেডাৰেছন অফ ইণ্ডিয়াৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সাধাৰণ সম্পাদক