নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–সুধাকণ্ঠ তথা বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাই পিতৃ-মাতৃৰ নামত উৎসৰ্গিত বঁটাৰে নগাঁও জিলাৰ কলিয়াবৰত “মঞ্চ“ৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱা গীত প্ৰতিযোগিতা । হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱন প্ৰেক্ষাগৃহত দিনজোৰাকৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাখনি ১৯৯২চনৰ পৰা ধাৰাবাহিকভাৱে চলি অহা
নিউজ ব্যুৰ’,নগাঁও,১০ডিচেম্বৰ:–সুৰসূৰ্য উপাধিৰে বিভূষিত গীতিকাৰ সূৰ্য কুমাৰ ৰাজাক শনিবাৰে প্ৰদান কৰা হয় “মুকুতাৰ মালা” বঁটা। বৰ্ষীয়ান নগঞা গীতিকাৰগৰাকীক এই সন্মান প্ৰদান কৰে গীতিকবি মলিন বৰাৰ সোঁৱৰণত স্থাপিত নগাঁৱৰ মলিন বৰা মেম’ৰিয়েল সঙ্গীত সাধানালয়ে । এই উপলক্ষে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সন্ধিয়া অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শতাধিক কালজয়ী গীতৰ স্ৰষ্টা
অসমৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই জ্যেষ্ঠ অধিবক্তা কপিল ছিবালক ‘ম্যানমাৰ’ মন্তব্যক লৈ তীব্ৰ সমালোচনা কৰি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ কৈছে। আনকি ছিবালক অসম সম্পৰ্কে ভুল তথ্য খুৱাই দিয়াৰ অভিযোগত জমিয়ত উলেমা-ই-হিন্দ আৰু আমছুৰ নামো উল্লেখ কৰে। অসম চিএলপিৰ নেতা তথা বিধানসভাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই ‘ম্যানমাৰ’ৰ মন্তব্যক লৈ জ্যেষ্ঠ
AIUDF ৰ কাৰণে নিৰ্বাচন বহুত ভাল হ’ব ৷ AIUDF ৰ কাৰণে নগাঁও, কৰিমগঞ্জ, ধুবুৰী ভাল হৈছে ৷ আমি খেলিম, আমি জিকিম ৷ এই মন্তব্য AIUDF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ ৷ বিলাসীপাৰাত শনিবাৰে অনুষ্ঠিত হোৱা এক দলীয় সভাত এই মন্তব্য কৰে আজমলে ৷ উল্লেখ্য যে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য
গুৱাহাটী মহানগৰী পৰিষ্কাৰ কৰিবলৈ অহৰহ চেষ্টা কৰিয়েই আছে GMCয়ে। লৈছে ইটোৰ পাছত সিটো বৃহৎ বৃহৎ প্ৰকল্প। কিন্তু আজিকোপতি সম্পূৰ্ণ সফল হ’ব পৰা নাই গুৱাহাটী পৌৰ নিগম। আজিও মহানগৰীৰ বিভিন্ন পথ-উপ পথত জমা হৈ থকা জাৱৰৰ দ’মৰ ওচৰেৰে পাৰ হওতে নাক কোচাবলগীয়া হয় মহানগৰবাসী। উলিয়াব পৰা নাই কোনো স্থায়ী সমাধান। শনিবাৰে