নাইকিয়া হ’ব সকলো গ্ৰহ দোষ, ভাললৈ আহিব ভৱিষ্যতৰ দিন

নাইকিয়া হ’ব সকলো গ্ৰহ দোষ, ভাললৈ আহিব ভৱিষ্যতৰ দিন

বিশ্বাস অনুসৰি, আমাৰ দিনটোৰ আৰম্ভণি ভাল হ’লে গোটেই দিনটো ভালদৰে পাৰ হয়।সেয়ে হয়তো অধিকাংশ লোকেই ৰাতিপুৱা শোৱাৰ পৰা উঠি ঈশ্বৰৰ নাম লয়। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি, আন এক ধৰণেও আপুনি আপোনাৰ দিনটো সুন্দৰ-সফল কৰি তুলিব পাৰে। এই শাস্ত্ৰ অনুসৰি, আপুনি প্ৰত্যেক ৰাতিপুৱা সাৰ পাই প্ৰথমে ঈশ্বৰৰ ধ্যান কৰা উচিত। ইয়াৰ

কান্দি কান্দি ফেচবুক লাইভ আলফা (স্বাঃ)লৈ যোৱা বিদ্যুৎ মহন্তৰ পত্নীৰ

কান্দি কান্দি ফেচবুক লাইভ আলফা (স্বাঃ)লৈ যোৱা বিদ্যুৎ মহন্তৰ পত্নীৰ

শেহতীয়াকৈ আলফা স্বাধীনত যোগদান কৰা বুলি ছচিয়েল মিডিয়াত পোষ্ট দিয়া সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীয়ে আজি ছচিয়েল মিডিয়াত আপলোড কৰিছে এটা ভিডিঅ’। ফেচবুক লাইভযোগে বিদ্যুৎ মহন্তৰ পত্নীয়ে বহু প্ৰশ্ন উত্থাপন কৰিছে স্বামীলৈ। কোনো কথা নজনোৱাকৈ পত্নী-পুত্ৰৰ লগতে পৰিয়ালক অথাই সাগৰত পেলাই থৈ যোৱা বিদ্যুৎ মহন্তক লৈ দোমোজাত পত্নী। কোনোৱে প্ৰৰোচনাৰে তেওঁক

গৰ্ভধাৰণৰ সময়ত মহিলাসকলক কৰক ভাল ব্যৱহাৰ..

গৰ্ভধাৰণৰ সময়ত মহিলাসকলক কৰক ভাল ব্যৱহাৰ..

মহিলাসকলক ইশ্বৰে সহ্য আৰু ধৈয্য কৰিব পৰা এক বিশেষ শক্তিৰ অধিকাৰী কৰি পৃথিৱীলৈ পঠিয়াইছে বুলিয়েই সকলোয়ে বিশ্বাস কৰে।তেওঁলোকে সমাজ-পৰিয়ালৰ লগত মিলি থাকিবলৈ বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে আৰু এই সকলোবোৰ খুব সহজভাৱে এৰা-ধৰা কৰি তেওঁলোকে পৰিচালনা কৰিব পাৰে।কিন্তু এটা বিশেষ সময়ত তেওঁলোকে যদি দুখ পায়, সেয়া মৃত্যু পৰ্যন্ত

গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব

গৰ্ভাৱস্থাত জীনছ পিন্ধা মহিলাসকলে এইসমূহ কথা মনত ৰাখিব

গৰ্ভাৱস্থাত মহিলাসকলে সঠিক খাদ্য তথা পানীয় গ্ৰহণত সচেতন হোৱাৰ উপৰিও সঠিক আৰু আৰামদায়ক কাপোৰ পিন্ধাটো ক্ষেত্ৰটো মন দিয়াৰ দৰকাৰ। শৰীৰত ভ্ৰূণটো বিকশিত হোৱাৰ লগে লগে এগৰাকী মহিলাৰ শৰীৰৰ আকৃতি সলনি হয়। যাৰ বাবে এই সময়ছোৱাত যিমান পাৰি আৰামদায়ক কাপোৰ পিন্ধিব লাগে। যিসকল মহিলাৰ জিনছ পিন্ধাৰ অভ্যাস আছে, তেওঁলোকৰ বাবে এই

গৰ্ভধাৰণ কৰা মহিলাসকল ভ্ৰমণৰ সময়ত সাৱধান হওঁক

গৰ্ভধাৰণ কৰা মহিলাসকল ভ্ৰমণৰ সময়ত সাৱধান হওঁক

প্ৰতিগৰাকী মহিলাৰ বাবেই গৰ্ভধাৰণৰ সময়খিনি খুবেই বিশেষ হয়। গৰ্ভাৱস্থাত শৰীৰটোৰ অতিৰিক্ত যত্ন লোৱাৰ প্ৰয়োজন। গৰ্ভাৱস্থাত খোৱা-বোৱাৰ পৰা ধৰি উঠি বহালৈ, প্ৰায় সকলো সময়তে মহিলাগৰাকীয়ে নিজৰ যত্ন ল’ব লাগে। আনহাতে, যদি মহিলাসকলে গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰে, তেন্তে তেওঁলোকে আৰু অধিক নিজৰ যত্ন লোৱাটো দৰকাৰ। গৰ্ভধাৰণৰ সময়ত ভ্ৰমণ কৰিলে এগৰাকী মহিলাই কোনবোৰ