কিছুমান শিশুৰ খং খুব বেছি।সৰু সৰু কথাতেই তেওঁলোক জাঙুৰ খাই উঠে। বহুসময়ত তেওঁলোকে সম বয়সৰ শিশুক প্ৰহাৰ পৰ্যন্ত কৰে।যদি আপোনাৰ সন্তানেও এনে কাম কৰে, তেন্তে ইয়াৰ অৰ্থ হৈছে তেওঁলোকৰ আচৰণ আনৰ প্ৰতি ভাল নহয়।এনে আচৰণৰ বাবে সকলো তেওঁৰ পৰা আঁতৰি যাব। কোনো সংগ নহ’ব, আনকি কোনেও শিশুটোৰ লগত কথাও নাপাতিব।
সকলো অভিভাৱকেই তেওঁলোকৰ সন্তান বন্ধুৰ দৰে হোৱাটো বিচাৰে।যাতে সন্তানে সকলো কথায়েই তেওঁলোকৰ সৈতে মুকলিকৈ পাতিব পাৰে, যিকোনো সমস্যা হ’লে যাতে সন্তানে তেওঁলোকৰ সৈতে আলোচনা কৰিব পাৰে। কিন্তু বহুসময়ত সন্তানসকলে তেওঁলোকৰ কথাবোৰ পিতৃ-মাতৃৰ আগত ক’বলৈ সংকোচ কৰে।যদি আপোনাৰ সন্তানেও মিছা কোৱা বা কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে, তেনেহ’লে আপুনি অলপ সতৰ্ক হোৱা
বহু শিশু পঢ়াত অতি আগ্ৰহী। ইয়াৰ বিপৰীতে একাংশৰ আকৌ পঢ়া-শুনাৰ প্ৰতি একেবাৰেই আগ্ৰহ নাথাকে। এনে শিশুসকলক যেতিয়াই আপুনি পঢ়িবলৈ কয়, তেওঁলোকে তেতিয়াই কিবা নহয় কিবা অজুহাত দেখুৱাই পঢ়াৰ পৰা পলাই ফুৰে।পঢ়াৰ সময়ত তেওঁলোকৰ টোপনি, ভোক বা মুৰৰ বিষ হোৱাৰ আৰম্ভ হয়। শিশুৰ এনে স্বভাৱৰ বাবে বহু সময়ত অভিভাৱকসকলে অতিষ্ঠ হৈ
শিশুসকল অতিপাত ‘এটেনশ্যন চিকাৰ’। তেওঁলোকে সদায়েই সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ বিচাৰি থাকে। বিশেষকৈ পিতৃ-মাতৃৰ।কেতিয়াবা এনে স্বভাৱৰ বাবে শিশুসকলে পিতৃ-মাতৃৰ গালি শুনিব লগীয়াও হয়।আচলতে গালি দিয়াটো শিশুৰ লালন-পালনৰ এটা অংশ। কিন্তু বহুসময়ত অভিভাৱকসকলে খং কৰি শিশুসকলক কোৱা কেতবোৰ কথাই শিশুটিৰ মনত আঘাত দিব পাৰে।কি কথাই এটা শিশুক মানসিকভাৱে আঘাত কৰিব পাৰে,
প্ৰতিজন অভিভাৱকৰ বাবেই তেওঁলোকৰ সন্তান অতি বিশেষ। জন্মৰ দিনাৰ পৰাই অভিভাৱকসকলে সন্তানটোক লৈ সপোন দেখিবলৈ আৰম্ভ কৰে।প্ৰতিজন অভিভাৱকেই বিচাৰে যে তেওঁলোকৰ সন্তান ডাঙৰ হৈ এজন ভাল ব্যক্তি হওঁক। আজিকালি কৰ্মৰত অভিভাৱকসকলৰ তেওঁলোকৰ সন্তানৰ সৈতে কটোৱাৰ বাবে সময় যথেষ্ট কম। যিখিনি সময় সন্তানৰ লগত অতিবাহিত কৰে, সেইখিনি সময়তো তেওঁলোকে ভালকৈ বহি