২০২৪ চনতো সকলো ফালৰ পৰাই সুখৰ হ’ব এইসকল লোকৰ

২০২৪ চনতো সকলো ফালৰ পৰাই সুখৰ হ’ব এইসকল লোকৰ

সমাগত নতুন বছৰ। নতুন বছৰৰ আৰম্ভণিতে গ্ৰহৰ চলাচলত পৰিৱৰ্তন হ’ব। গ্ৰহৰ কথা ক’বলৈ গ’লে, ইয়াত কৰ্মৰ দাতা শনি দেৱৰ যথেষ্ট ভূমিকা আছে। ২০২৪ চনৰ আৰম্ভণিতে শনি দেৱ তেওঁৰ ৰাশি চিহ্ন কুম্ভৰাশিত পশ্চাদগামী হ’বলৈ গৈ আছে আৰু শনি পশ্চাদগামী হোৱাৰ বাবে কেইটামান ৰাশিচিহ্নৰ ভাগ্য উদয় হ’ব।হয়, নতুন বছৰটোত কোনকেইটা ৰাশিৰ ভাগ্যৰ

‘ওম নম: শিৱায়’ৰ অৰ্থ, এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰ আজিয়েই জানি লওঁক

‘ওম নম: শিৱায়’ৰ অৰ্থ, এই মন্ত্ৰ জপ কৰাৰ লাভালাভবোৰ আজিয়েই জানি লওঁক

সোমবাৰটো ভগৱান শিৱৰ দিন।এই দিনটোত শিৱৰ উপাসনা কৰোতে ভক্তসকলে নিশ্চিতভাৱেই ‘ওম নম: শিৱায়’ উচ্চাৰণ কৰে।আচলতে, এই মন্ত্ৰ উচ্চাৰণ নকৰিলে পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়।বিশ্বাস কৰা হয় যে, এই মন্ত্ৰ উচ্চাৰণ কৰাৰ ফলত ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সকলো ইচ্ছা পূৰণ কৰে।’ওম নম: শিৱায়’ৰ অৰ্থ আৰু এই মন্ত্ৰ জপ কৰাৰ

বৰ্ণমালা ৰহস্য: দেউতাকৰ বাবে ভাগ্যৱান এই নামৰ ছোৱালী..

বৰ্ণমালা ৰহস্য: দেউতাকৰ বাবে ভাগ্যৱান এই নামৰ ছোৱালী..

বহুতৰ বিশ্বাস অনুসৰি জ্যোতিষশাস্ত্ৰই এজন ব্যক্তিৰ জীৱনৰ সৈতে সম্পৰ্কিত বহুতো কথা কয়। সেই অনুসৰি এজন ব্যক্তিৰ জন্মৰ লগে লগে বিশেষ এটা আখৰৰে তেওঁৰ নাম ৰখা হয়। এজন ব্যক্তিৰ নামৰ প্ৰভাৱ তেওঁৰ স্বভাৱৰ ওপৰতো পৰে।নাম অনুসৰি ব্যক্তি এজনৰ বিভিন্ন বৈশিষ্ট্য থাকে, যিয়ে তেওঁক বাকী ব্যক্তিসকলৰ পৰা পৃথক পৰিচয় দিয়ে। আজি আমি

মানিমুনি শাকৰ গুণাগুণ..

মানিমুনি শাকৰ গুণাগুণ..

অসমৰ সকলো ব্যক্তিৰে পৰিচিত মানিমুনি শাক। আমাৰ চাৰিওফালৰ পৰিৱেশত সহজেই হোৱা আৰু বহু লোকৰ বাৰীত নিজেই হোৱা এই শাকবিধ প্রায় সকলোৰে চিনাকি। ই এবিধ সৰু শাক-বনজাতীয় উদ্ভিদ। এই শাকবিধৰ গুণাগুণৰ বিষয়ে জানো আহক- ১/ মানিমুনিৰ পাত দি বেঙেনা বা অমিতাৰ আঞ্জা ৰান্ধি প্ৰতিদিনে এমাহ খালে হজম শক্তি বৃদ্ধি পায়। ২/

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাৰ পৰা কিদৰে সকাহ পাব পাৰি জানো আহক

মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যাৰ পৰা কিদৰে সকাহ পাব পাৰি জানো আহক

প্ৰত্যেক মাহে প্ৰতি গৰাকী মহিলাৰ এক সাধাৰণ ৰোগ হৈছে মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষৰ সমস্যা। প্ৰতি গৰাকী মহিলাই মাহেকীয়াৰ সময়ত পেটৰ তলৰ অংশত তীব্ৰ বিষ অনুভৱ কৰে। মহিলাসকলে এই বিষত কোঙা হৈ থকা দেখিবলৈ পোৱা যায়। কিছুমান ঘৰুৱা উপায়েৰেও এই বিষৰ পৰা সকাহ পাব পাৰি। ১. কিচমিচ আৰু কেশৰেৰে এই