অমিতা আমাৰ দেহৰ বাবে বহু উপকাৰী। ইয়াৰ উপকাৰী গুণৰ বিষয়ে সকলোৱে জ্ঞাত। গেষ্ট্রিক, বহুজনৰ কষ্ট, শালমন আৰু ছালৰ দাগ দূৰ কৰাৰ বাবে বহুতে অমিতা খোৱা দেখা যায়। কিন্তু পকা অমিতাতকৈ কেঁচা অমিতা যে অধিক উপকাৰী সেয়া হয়তো সকলোৱে জ্ঞাত নহয়। তলত নিতৌ কেঁচা অমিতা খালে পাব পৰা উপকাৰিতাসমূহৰ বিষয়ে জানো
আদিম যুগৰ পৰাই বিভিন্ন ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তিয়ঁহ ব্যৱহাৰ কৰি অহা দেখা গৈছে। ঔষধি গুণেৰে সমৃদ্ধ উদ্ভিদ আৰু পাচলি সমূহ আয়ুৰ্বেদিক চিকিৎসাতো বিশেষভাৱে ব্যৱহাৰ কৰা হয়। তিয়ঁহত প্ৰচুৰ পৰিমানে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। আহক তিয়ঁহৰ গুণাগুণৰ বিষয়ে জানো আহক। ১. তিয়ঁহে ডিহাইড্ৰেচনৰ সৈতে যুঁজ দিয়াত
জ্যোতিষশাস্ত্ৰ অনুসৰি এজন ব্যক্তিৰ জীৱনত তেওঁৰ নামটোয়ে খুব গুৰুতৰ প্ৰভাৱ পেলায়।এজন ব্যক্তিৰ নামটোৰ পৰাই তেওঁৰ ব্যক্তিত্ব তথা ভৱিষ্যতৰ বিষয়ে জানিব পাৰি।আজি আমি আপোনাক এনে কিছুমান ছোৱালীৰ প্ৰকৃতিৰ বিষয়ে জনাম, যাৰ ব্যক্তিত্বই খুব সহজতে সকলোকে আকৰ্ষিত কৰিব পাৰে।এইসকল ছোৱালীয়ে তেওঁলোকৰ মিঠা-মিঠা কথাৰে সকলোৰে হৃদয় জয় কৰি মনোযোগ আকৰ্ষণ কৰে। ‘ক’ আখৰৰে
বিশ্বাস অনুসৰি, আমাৰ দিনটোৰ আৰম্ভণি ভাল হ’লে গোটেই দিনটো ভালদৰে পাৰ হয়।সেয়ে হয়তো অধিকাংশ লোকেই ৰাতিপুৱা শোৱাৰ পৰা উঠি ঈশ্বৰৰ নাম লয়। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি, আন এক ধৰণেও আপুনি আপোনাৰ দিনটো সুন্দৰ-সফল কৰি তুলিব পাৰে। এই শাস্ত্ৰ অনুসৰি, আপুনি প্ৰত্যেক ৰাতিপুৱা সাৰ পাই প্ৰথমে ঈশ্বৰৰ ধ্যান কৰা উচিত। ইয়াৰ
শেহতীয়াকৈ আলফা স্বাধীনত যোগদান কৰা বুলি ছচিয়েল মিডিয়াত পোষ্ট দিয়া সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীয়ে আজি ছচিয়েল মিডিয়াত আপলোড কৰিছে এটা ভিডিঅ’। ফেচবুক লাইভযোগে বিদ্যুৎ মহন্তৰ পত্নীয়ে বহু প্ৰশ্ন উত্থাপন কৰিছে স্বামীলৈ। কোনো কথা নজনোৱাকৈ পত্নী-পুত্ৰৰ লগতে পৰিয়ালক অথাই সাগৰত পেলাই থৈ যোৱা বিদ্যুৎ মহন্তক লৈ দোমোজাত পত্নী। কোনোৱে প্ৰৰোচনাৰে তেওঁক