মেষ ৰাশি: শ্ৰীগণেশে কৈছে, এই ৰাশিৰ জাতক-জাতিকাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ উন্নতি হ’ব। যিকোনো পৰামৰ্শ লাভ কৰিলে আদৰি লোৱা উচিত, সেই পৰামৰ্শ নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব। ব্যৱসায় লেহেমীয়া গতিৰে চলি থাকিব, নতুন সুযোগ আহিব পাৰে। দিনটো পৰিয়ালৰ সৈতে অতিবাহিত কৰিব। বন্ধু-বান্ধৱীৰ সৈতে সৰু সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। গৰ্ভৱতী
ন্যায়ৰ দেৱতা আৰু কৰ্মৰ ফল দাতা শনি দেৱৰ নামত উৎসৰ্গ প্ৰতি শনিবাৰ । শনিবাৰৰ পূজাৰ গুৰুত্ব শাওণত আৰু অধিক বাঢ়ি যায়। কোৱা হয় যে শাওণত শনিবাৰে কৰা কিছুমান বিশেষ ব্যৱস্থাই এজন ব্যক্তিক কোটিপতি হোৱাত সহায় কৰে । শাস্ত্ৰ মতে শনিবাৰৰ দিনটো ভগৱানৰ নামত উৎসৰ্গা কৰা হয় । এই দিনটোত
যদি আপুনি আপোনাৰ স্বাস্থ্য উন্নত কৰিবলৈ স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট বিচাৰিছে তেন্তে অমিতা খাব পাৰে। ই এবিধ সুস্বাদু আৰু পুষ্টিকৰ ফল, যি স্বাস্থ্যৰ বাবে বহুতো ভাল। অমিতা এক সুস্বাদু আৰু পুষ্টিকৰ ফল অমিতাত ভিটামিন এ, চি, ইৰ উত্তম উৎস, লগতে ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু পটাছিয়াম থাকে। অমিতাত পেপেইন নামৰ এনজাইম থাকে
দেখাত কবিৰ দৰে ব্ৰকলি অতি উপকাৰী। ব্ৰকলিত প্ৰটিন প্ৰচুৰ পৰিমাণে পোৱা যায়। ব্ৰকলি খালে স্বাস্থ্য সুস্থ হৈ থাকে। নিৰামিষভোজী লোকৰ বাবে ব্ৰকলিয়ে সমানেই প্ৰটিন যোগান ধৰে। সুস্বাস্থ্য বজাই ৰখাত প্ৰটিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ব্ৰকলি কিয় ইমান উপকাৰী বুলি কোৱা হয় জানো আহক- ব্ৰকলিৰ উপকাৰিতা- ব্ৰকলিত ২.৬ গ্ৰাম ডায়েটাৰী ফাইবাৰ
মানৱ শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন ডি অতি প্ৰয়োজনীয়। মহিলাৰ ক্ষেত্ৰত বয়স বাঢ়ি অহাৰ লগে লগে তেওঁলোকৰ শৰীৰত ভিটামিন ডিৰ অভাৱ আৰম্ভ হয়, যাৰ বাবে তেওঁলোকৰ বহু ৰোগৰ আশংকা থাকে। সাধাৰণতে সূৰ্যৰ পোহৰৰ জৰিয়তে ভিটামিন ডি পোৱা যায় যদিও কিছু খাদ্যৰ যোগেদিও এই পুষ্টিকৰ উপাদান পোৱা যায়। মহিলাৰ শৰীৰত ভিটামিন