বিপদ আৰু সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভাগৱত পোৰাণত বহু বৰ্ণনা আছে।ঈশ্বৰ বিশ্বাসী লোকে বিপদত পৰিলে হতাশ হোৱাৰ কথা নাই।সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত আস্থা আৰু বিশ্বাসেৰে বিপদৰ পৰা মুক্ত হোৱা সম্ভৱ।( Religious Studies ) ভগৱান শ্ৰী কৃষ্ণই কেছিল যে-এনে কোনো লোক নাই যাৰ-জীৱনলৈ বিপদ অহা নাই।জীৱনত সকলোৰে মাজলে এবাৰ হলেও দুখ আহে।কোৱা
মহাভাৰত খন পঢ়িবলৈ সময়ৰ নাটনি হ’লেও ইয়াৰ পৰা যদি আমি এই ৯টা সূত্ৰ বুজি লওঁ, তেন্তে আমাৰ জীৱন যাপন কৰাত সহজ হৈ পৰিব ৷ ( Assamese Fact ) 1. ভুল মাৰ্গেৰে চলিবলৈ ধৰা সন্তানক যদি সময় থাকোঁতেই আপুনি নিয়ন্ত্ৰণত আনিবলৈ চেষ্টা নকৰে, তেন্তে আপুনি পিছত সম্পূৰ্ণ অসহায় হৈ পৰিব৷ #কৌৰৱ
২০২৩ বৰ্ষৰ শেষ মাহটো চলি আছে। ইয়াৰ পিছত নতুন বছৰ আৰম্ভ হ’ব। ২০২৩ চনৰ শেষলৈকে কিছুমান ৰাশিৰ হাতলৈ বিপুল ধন আহিবলৈ ওলাইছে। পাটনাৰ বিখ্যাত জ্যোতিষী ড০ শ্ৰীপতি ত্ৰিপাঠীয়ে কয় যে বৈদিক পঞ্জিকা অনুসৰি বছৰৰ শেষ মাহ ডিচেম্বৰ মাহত চাৰিটা ৰাজ্যযোগ গঠন হ’বলৈ গৈ আছে। বৈদিক জ্যোতিষৰ মতে ৰাশিৰ পৰিবৰ্তন আৰু
খানাপাৰা ভয়ংকৰ ঘটনা। খানাপাৰা উৰণ সেতু ওপৰৰ পৰা এজন যুৱকক পেলাই দিলে তললৈ। কোনো অচিনাক্ত লোকে তললৈ পেলাই দিলে যুৱকজনক। যুৱকজনৰ পেছাত এজন ট্ৰাকচালক। তেওঁৰ নাম গুৰচফি আলী বুলি জানিব পৰা গৈছে। যুৱকজনৰ দেহত বহুতো আঘাতৰ চিহ্ন দেখা গৈছে। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ বাবে লৈ যায় যুৱকজনক।
গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হয় তিনিজন লোকৰ। পৃথকে পৃথকে দুটা দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। কৃষ্ণাইৰ আৰিমাৰাত বাইক আৰু পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত মৃত্যু হয় বগুৱানৰ কুলদীপ নাথ নামৰ এজন যুৱকৰ। আনহাতে, ৰংজুলিতো আন এক দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে