২০২৩ বৰ্ষৰ শেষ মাহটো চলি আছে। ইয়াৰ পিছত নতুন বছৰ আৰম্ভ হ’ব। ২০২৩ চনৰ শেষলৈকে কিছুমান ৰাশিৰ হাতলৈ বিপুল ধন আহিবলৈ ওলাইছে। পাটনাৰ বিখ্যাত জ্যোতিষী ড০ শ্ৰীপতি ত্ৰিপাঠীয়ে কয় যে বৈদিক পঞ্জিকা অনুসৰি বছৰৰ শেষ মাহ ডিচেম্বৰ মাহত চাৰিটা ৰাজ্যযোগ গঠন হ’বলৈ গৈ আছে। বৈদিক জ্যোতিষৰ মতে ৰাশিৰ পৰিবৰ্তন আৰু
খানাপাৰা ভয়ংকৰ ঘটনা। খানাপাৰা উৰণ সেতু ওপৰৰ পৰা এজন যুৱকক পেলাই দিলে তললৈ। কোনো অচিনাক্ত লোকে তললৈ পেলাই দিলে যুৱকজনক। যুৱকজনৰ পেছাত এজন ট্ৰাকচালক। তেওঁৰ নাম গুৰচফি আলী বুলি জানিব পৰা গৈছে। যুৱকজনৰ দেহত বহুতো আঘাতৰ চিহ্ন দেখা গৈছে। ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ বাবে লৈ যায় যুৱকজনক।
গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত মৃত্যু হয় তিনিজন লোকৰ। পৃথকে পৃথকে দুটা দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয়। কৃষ্ণাইৰ আৰিমাৰাত বাইক আৰু পিকআপ বাহনৰ মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত মৃত্যু হয় বগুৱানৰ কুলদীপ নাথ নামৰ এজন যুৱকৰ। আনহাতে, ৰংজুলিতো আন এক দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে
ধিক মানৱীয়তা! কিমান নিষ্ঠুৰ আৰু পাষণ্ড হ’ব পাৰে মানুহ! এজন যুৱকে সহোদৰ ভগ্নীৰ সৈতে সংঘটিত কৰিছে এক জঘন্য ঘটনা! যুৱকজনে ৪ জন বন্ধুৰ সৈতে মিলি নিজৰ ২৫ বছৰীয়া ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য কাণ্ডটো যোৱা ৩ নৱেম্বৰতে সংঘটিত হৈছিল যদিও আৰক্ষীয়ে এক দীঘলীয়া
মেষ ৰাশি : শ্ৰীগণেশে কৈছে, অপ্ৰত্যাশিত খৰচ বাঢ়িব। কিন্তু তাক লৈ উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই। সহজতে সেয়া চম্ভালিব পাৰিব। বিবাদৰ পৰিস্থিতিত মূৰ ঠাণ্ডা কৰি ৰাখিব লাগিব। ৰিস্ক থকা কাম এৰাই চলক। গুৰুত্বপূৰ্ণ কোনো সিদ্ধান্ত ভাবি-চিন্তি ল’ব লাগিব। ব্যৱসায় ভাল চলিব। ভ্ৰমণো উপযোগী হ’ব। চেষ্টা কৰিলে হেৰুওৱা অৰ্থ পুনৰুদ্ধাৰ কৰিব