১১৯ খন আসনৰ তেলেংগানা বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ প্ৰায় ৯০ মিনিটৰ ভিতৰত কংগ্ৰেছ ৬৩ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও এখন আসনত আগবাঢ়ি আছে। তেওঁ গাজৱেল আসনত আগবাঢ়ি থকাৰ বিপৰীতে কামাৰেড্ডী আসনত পিছপৰি আছে। একেদৰে আগবাঢ়ি আছে প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন। তেওঁ জুবিলী হিলছ আসনৰ পৰা
সকলো দেৱতাৰ ভিতৰত ভগৱান শিৱ এক এনে দেৱতা হয় যি-নিজৰ ভক্তসকলৰ ওপৰত শীঘ্ৰে প্ৰসন্ন হয়।সেইবাবে মহাদেৱক ভোলানাথ কোৱা হয়।আৰ এইবাবেই অসুৰসকলে বৰদান কৰিবলৈ-মহাদেৱৰ তপস্যা কৰে,আৰু মহাদেৱৰ পৰা মনে বিচৰা বৰদান প্ৰাপ্ত কৰিছিল।( Religious Studies ) মেঘ ৰাশি- এই ৰাশিৰ স্বামী মংগল হয়।আৰু মংগলৰ পূজন শিৱলিংগৰ ৰূপে কৰা হয়।এই ৰাশিৰ লোকে
ক পৌৰাণিক কথা অনুসাৰে-দেৱী লক্ষ্মী আৰু তেওঁৰ ভগ্নী দৰিদ্ৰা ভগৱান বিষ্ণুৰ ওচৰলৈ গল-আৰু প্ৰাৰ্থনা কৰি কলে যে-হে প্ৰভূ-আমি কত থাকিম?তেতিয়া ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মী আৰু দৰিদ্ৰাক আহঁত গছত থাকিবলৈ অনুমতি প্ৰদান কৰিলে।তেতিয়াৰপৰা দুয়ো ভগ্নীয়ে আহঁত গছত থাকিবলৈ ললে।( Religious Studies ) *ভগৱান বিষুৱে তেওঁলোকক এই বৰদান দিছিল যে-যিয়ে শনিবাৰে আহঁতৰ
শুক্ৰই সম্প্ৰতি তেওঁৰ ৰাশি পৰিৱৰ্তন কৰিছে। তুলা ৰাশিত শুক্ৰৰ এই স্থান সলনিয়ে বিশেষ কিছুমান ৰাশিৰ জাতক-জাতিকাৰ ওপৰত প্ৰভাৱ পৰিব। জ্যোতিষ শাস্ত্ৰত গ্ৰহ আৰু নক্ষত্ৰক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধৰা হয়। সময়ে সময়ে এই গ্ৰহসমূহে নিজৰ স্থান পৰিৱৰ্তন কৰে, যিয়ে প্ৰতিটো ৰাশিৰ লোকৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। জ্যোতিষ শাস্ত্ৰত শুক্ৰক অত্যন্ত শুভ
আজি চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে। ৰাজস্থানত কংগ্ৰেছক গাদীচ্যুত কৰি শাসনলৈ আহিব পাৰে বিজেপি। আনহাতে, মধ্য প্ৰদেশত বিজেপিক আঁতৰাই গাদী দখল কৰিব পাৰে কংগ্ৰেছে। ছত্তীশগড়ত ক্ষমতা ধৰি ৰাখিব কংগ্ৰেছেই।