বঙাইগাঁওৰ চৌটাকীত অহা জানুৱাৰীত গোল্ডেন লেংগুৰ ফেষ্টিভেল

বঙাইগাঁওৰ চৌটাকীত অহা জানুৱাৰীত গোল্ডেন লেংগুৰ ফেষ্টিভেল

সমাগম ঘটিব বহু দেশী-বিদেশী পৰ্যটকৰ, কেবাগৰাকী বলীউদৰ শিল্পীৰ অনুষ্ঠান চৌটাকীত আয়োজিত গোল্ডেন লেংগুৰ ফেষ্টিভেলে নামনি অসমৰ পৰ্যটন খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াব। এই মন্তব্য বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকৰ ৷ আজি বঙাইগাঁও জিলাৰ চৌটাকীত অহা ২০২৪ বৰ্ষৰ ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা প্ৰথম বাৰ্ষিক গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ লাইখুটা প্ৰতিষ্ঠা

বিহালীৰ বুৰৈঘাটত অঘটন । নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত বনৰীয়া হাতী মৃত্যু।।

বিহালীৰ বুৰৈঘাটত অঘটন । নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত বনৰীয়া হাতী মৃত্যু।।

নিশা বিহালীৰ বুৰৈঘাটত অঘটন। কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীক মহটিয়াই নিয়ে দ্ৰুতবেগী যাত্ৰাবাহী ৰেলে।ফলত থিতাতে মৃত্যু হয় বনৰীয়া হাতীটো । এই শোকাৱহ ঘটনাটো যোৱা নিশা প্ৰায় ১০ মান বজাত সংঘটিত হয় বিশ্বনাথ জিলাৰ বৰগাং বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বিহালীৰ বুৰৈ ঘাটত। উল্লেখযোগ্য যে দৈনিক খাদ্যৰ

মানসিক শান্তি,সুখ তথা বুদ্ধি প্ৰাপ্তিাৰ বাবে নিতৌ পঢ়ক গায়ত্ৰী মন্ত্ৰ

মানসিক শান্তি,সুখ তথা বুদ্ধি প্ৰাপ্তিাৰ বাবে নিতৌ পঢ়ক গায়ত্ৰী মন্ত্ৰ

হিন্দু ধৰ্মত গায়ত্রী মন্ত্ৰক সকলো মন্ত্ৰ’তকৈ শ্ৰেষ্ঠ আৰু প্ৰসিদ্ধ মন্ত্ৰ বুলি মানি অহা হৈছে.. গায়ত্ৰী মন্ত্ৰ কেৱল পূজাৰ সাধনেই নহয়.. বৰঞ্চ ই চয়ং-আৰাধনাৰো মাধ্যমে..।।। এই সংসাৰত একমাত্র সূৰ্য্য দেৱতাকেই দেখা পোৱা-দেৱতা বুলি কোৱা হয়… সূৰ্য্যদেৱতাৰ মহত্ব দৰ্শোৱা গায়ত্রী মন্ত্ৰ ফাঁকি হল- ওঁ ভূভৰ্ৱ স্বঃ তৎসৱিতুবৰেণ্যং ভৰ্গো দেৱস্য ধীমহি… ধিয়ো য়োজন

দালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন; ৪০ লক্ষাধিক বাজেটেৰে কে’ৱাটাও আকৰ্ষণীয় কাৰ্যসূচী

দালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন; ৪০ লক্ষাধিক বাজেটেৰে কে’ৱাটাও আকৰ্ষণীয় কাৰ্যসূচী

১৯৪৮ চনত স্থাপিত ওদালগুৰি টাউন প্ৰাথমিক বিদ্যালয়ে পৰবৰ্তী সময়ত ওদালগুৰি মধ্য ইংৰাজী বিদ্যালয় আৰু বৰ্তমান ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰূপত ৭৫ বছৰ অতিক্ৰম কৰিলে। সেই উপলক্ষে আয়োজিত বিদ্যালয়খনৰ হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আগন্তুক ৯, ১০ আৰু ১১ ডিচেম্বৰত অনুষ্ঠিত হব। ৯ ডিচেম্বৰৰ ৰাতিপুৱা ৮-৩০ বজাত বিদ্যালয়ৰ পতাকা