নিউজ ব্যুৰ’,নগাঁও,২১নবেম্বৰ:–ৰাজ্য তথা দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম গৰাকী সাক্ষীৰ মঙলবাৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হয়। সেই বীভৎস ঘটনাৱলীৰ মুঠ ৭১ গৰাকী সাক্ষী আছিল। পৰ্যায়ক্ৰমে নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতে সকলোৰে সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত কৰে। ইয়াৰ লগে লগে ভুক্তভোগী পৰিয়াল দুটাই আগন্তুক ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ন্যায় লাভৰ সম্ভাৱনাই দেখা
মহানগৰীৰ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ ২ সহযোগীৰ জামিনৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যতে। নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন শক্তিশালী অভিযোগনামা দাখিলত মহানগৰ আৰক্ষী ব্যৰ্থ হোৱাৰ বাবেই বন্দনা আৰু তেওঁৰ ২ সহযোগীয়ে জামিন লাভ কৰা বুলি সমগ্ৰ ৰাজ্যতে সমালোচিত হৈছিল মহানগৰ আৰক্ষী। ইয়াৰ বিপৰীতে আদালতত গোচৰটোৰ
চাৰ্কাছ দেখুওৱাৰ নামত একাংশ যুৱক-যুৱতীৰ উদ্দাম নৃত্য ৷ বঙাইগাঁৱৰ মূলবাৰী মাত্ৰাঘোলাত এই ঘটনা ৷ যাক লৈ স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, কণ-কণ শিশুক চাৰ্কাছ দেখুওৱাৰ নামত অশ্লীল নৃত্য প্ৰদৰ্শন কৰিছে ‘ওম জ্যোতি চাৰ্কাছ’ নামৰ চাৰ্কাছৰ দলটোৱে ৷ উল্লেখ্য যে, মাত্ৰ কেইদিনমানৰ পাচতে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ
মেষ ৰাশি: আজি আপোনাৰ মন সুখী হ’ব। কৰ্মক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে, এনে ক্ষেত্ৰত এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ ল’লে আপোনাৰ ভাল হ’ব। বিবাহিত জীৱনত দিনটো সুখৰ হ’ব। প্ৰেমৰ সম্পৰ্ক ভালে থাকিব। মূৰত আঘাত পাব পাৰে গতিকে সাৱধান হ’ব। ঘৰত আলহী আহিব পাৰে। বৃষ ৰাশি: আজি আপোনাৰ সন্মুখত কোনো ধৰণৰ
মেষ ৰাশি: আজি জীৱনত বহু উত্থান-পতন ঘটিব পাৰে। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ পৰা সহায় পাব পাৰে। কৰ্মক্ষেত্ৰত পৰিস্থিতি ভালে থাকিব যদিও জ্যেষ্ঠ বিষয়াৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন স্বাভাৱিক হ’ব। ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে। বৃষ ৰাশি: আজি আপোনাৰ ব্য়য় বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ পৰা সহায়