মুকালমুৱাত পথ দুৰ্ঘটনা; তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত

মুকালমুৱাত পথ দুৰ্ঘটনা; তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত

■মুকালমুৱাৰ 4 নং বৰতলাত পথ দুৰ্ঘটনা।■দূৰ্ঘটনাটোত তিনিজনকৈ লোক গুৰুতৰ ভাবে আহত হয়।■আহত লোক কেইজনক ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।■দুখন দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।■আহত তিনিজন ক্ৰমে হিৰণ্য দাস(২৬), আনাৰ আলী(২৬) আৰু আব্দুচ চালাম(২৮)।■আহত তিনিওজনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়

ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান

ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান

🔴ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান🔴২৪.১০ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী🔴ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো অনোৱাৰ হুছেইন

যুদ্ধবিধ্বস্ত পেলেষ্টাইনলৈ ভাৰতৰ সহায়ৰ হাত

যুদ্ধবিধ্বস্ত পেলেষ্টাইনলৈ ভাৰতৰ সহায়ৰ হাত

🔴যুদ্ধবিধ্বস্ত পেলেষ্টাইনলৈ ভাৰতৰ সহায়ৰ হাত🔴সাহায্য সামগ্ৰী লৈ ইজিপ্তৰ এল আৰিছ বিমানবন্দৰত উপস্থিত বায়ুসেনাৰ বিশেষ বিমান

GPay, Phone Pe, PayTm ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী, বন্ধ কৰা হ’ব একাংশ UPI আই ডি

GPay, Phone Pe, PayTm ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী, বন্ধ কৰা হ’ব একাংশ UPI আই ডি

🔷 নেচনেল পেমেণ্ট ক’ৰ্পৰেচন অৱ ইণ্ডিয়াৰ জাননী 🔷 তৃতীয় পক্ষৰ UPI এপলৈ জাননী NPCIৰ 🔷 বেংকসমূহলৈও NPCIৰ জাননী প্ৰেৰণ 🔷 এবছৰে নিষ্ক্ৰিয় UPI আই ডি বন্ধ কৰাৰ জাননী 🔷 উপভোক্তাৰ ক্ষয়-ক্ষতি হ্ৰাসৰ বাবেই এই সিদ্ধান্ত

বিশ্বকাপৰ বাবে ধনী হ’ল ভাৰত

বিশ্বকাপৰ বাবে ধনী হ’ল ভাৰত

ভাৰতীয় অৰ্থনীতিলৈ প্ৰায় ২২ হাজাৰ কোটি টকাৰ অৱদান আগবঢ়াইছে চলিত বিশ্বকাপ ক্ৰিকেটে। বিজ্ঞাপন, পৰ্যটন, হোটেল ব্যৱসায় খণ্ডৰ জৰিয়তে সংগ্ৰহৃত হৈছে এই বৃহৎ ধনৰাশি।