এতিয়াও উদ্ধাৰ হোৱা নাই উত্তৰ প্ৰদেশৰ সুৰংগত আবদ্ধ ৪০ শ্ৰমিক

এতিয়াও উদ্ধাৰ হোৱা নাই উত্তৰ প্ৰদেশৰ সুৰংগত আবদ্ধ ৪০ শ্ৰমিক

এতিয়াও সফল হোৱা নাই উত্তৰ প্ৰদেশ ৰাজ্যৰ উত্তৰ কাশীত সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ অভিযান। অৱ্যাহত আছে ৪০গৰাকী শ্ৰমিকৰ উদ্ধাৰ অভিযান পৰ্ব। উল্লেখ্য যে, যোৱা দেওবাৰে উত্তৰকাশীত নিৰ্মীয়মাণ এটা সুৰংগত সংঘটিত হৈছিল ভূমিস্খলন। ফলত সুৰংগটোৰ কাম কৰি থকা অৱস্থাতে ৪০ গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল। ঘটনা সংঘটিত হোৱাৰ প্ৰায় এসপ্তাহ পাছতো

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা: অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা: অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা অসমৰ গোসাঁইগাঁওৰ চাৰিজনৰ থিতাতে নিহত দুৰ্ঘটনাত নিহত খ্ৰীষ্ঠফাৰ হেমৰম আৰু তেওঁৰ দল অৰুণাচল প্ৰদেশৰ খ্ৰিষ্টীয়ান ধৰ্মীয় অনুষ্ঠান সামৰি ঘৰলৈ উভতি অহা সময়ত ১৩ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা সংঘটিত হয় ৰাস্তাত ভূমিস্খলন হোৱাৰ ফলত তেওঁলোকৰ ওপৰত প্ৰকাণ্ড শিল বাগৰি পৰাত চাৰিও জনৰে থিতাতে মৃত্যু ঘটে দুৰ্ঘটনাগ্ৰস্ত

৩টকিয় বিবাহ বিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?

৩টকিয় বিবাহ বিচ্ছেদ হ’ল ক্ৰিকেটাৰ ধাৱানৰ? পত্নীয়ে কি কি অত্যাচাৰ চলাইছিল ভাৰতীয় ক্ৰিকেটাৰৰ ওপৰত?

ক্ৰিকেটাৰ শিখৰ ধাৱানৰ বিবাহবিচ্ছেদৰ খবৰ সমগ্ৰতে ভাইৰেল হৈ পৰিছে। দিল্লীৰ পাটীয়ালা আদালতে তেওঁৰ বিচ্ছেদ মঞ্জুৰ কৰিছে। কি কি কাৰণত এই বিচ্ছেদ হ’ল ধাৱানৰ দেশলৈ উভতি নাহিল পত্নীবিবাহৰ সময়তে প্ৰতিশ্ৰুতি দিছিল যে তেওঁ বিবাহৰ পাছত ভাৰতলৈ আহিব। ধাৱানৰ সৈতে একেলগেই সময় কটাব আয়েশাই। আয়েশা বৰ্তমান অষ্ট্ৰেলিয়াৰ বাসিন্দা। কিন্তু আয়েশা অষ্ট্ৰেলিয়াত থকাতো

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

এই ৫বিধ সামগ্ৰী লক্ষ্মীৰ অত্যন্ত প্ৰিয়, লক্ষ্মীপূজাত এইকেইবিধ সামগ্ৰী নিবেদন কৰিলেহে সুফল পাব

সুখী ঘৰতেই লক্ষ্মীয়ে বাস কৰে। লক্ষ্মী দেৱীয়ে নিজৰ সৈতে সম্পদেই কঢ়িয়াই তেনে নহয়। তেওঁ এটা পৰিয়ালৰ সুখ শান্তি ধৰি ৰখাতো বিশেষ গুৰুত্ব ৰাখে। যি সংসাৰৰ পৰা তেওঁ আঁতৰি যায় তেনে সংসাৰত নানান দুখ, দুৰ্দশা, দাৰিদ্ৰ আৰু অশান্তিয়ে দেখা দিয়ে। সেয়ে লক্ষ্মীদেৱীক তুষ্ট কৰি ৰাখিব লাগে বুলি জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে।