৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা

কামপুৰত সন্ধানহীন মহিলা। পুত্ৰ সন্তানসহ দুদিন ধৰি সন্ধানহীন হৈ আছে কামপুৰ ঘিলানীৰ জাবেদা বেগম নামৰ মহিলা গৰাকী। কাজিৰঙাৰ পৰা বেংকত টকা আনিবলৈ গৈ তিনিবছৰীয়া পুত্ৰ সন্তানসহ সন্ধানহীন মাতৃ জাবেদা বেগম। জানিব পৰা মতে, তেওঁ লগত লৈ যায় প্ৰায় ৫০ হাজাৰ টকা। ইতিমধ্য়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী মহম্মদ

মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল

মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল

মণিপুৰত সংঘৰ্ষ জৰ্জৰ পৰিৱেশৰ বাবে নিংগল চাকৌবা উদযাপন কৰাৰ পৰা বিৰত থাকিল মণিপুৰৰ লোকসকল। ভাতৃ দ্বিতীয়াৰ দিনা মণিপুৰবাসীয়ে পালন কৰে নিংগল চাকৌবা। কিন্তু মণিপুৰৰ মহিলাসকলে এই উৎসৱ পালনৰ বাবে আজি বিৰত থাকিল। মণিপুৰৰ হিংসাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে মণিপুৰবাসীয়ে। ৰাজ্যখনৰ শেহতীয়া দুৰ্দিনক সুঁৱৰি কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিলে এগৰাকী মহিলাই।  

বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি হাঁহি বিৰিঙিল যাদুৰাণী সুস্মিতাৰ মুখত।

বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি হাঁহি বিৰিঙিল যাদুৰাণী সুস্মিতাৰ মুখত।

🛑 বদৰুদ্দিন আজমলক সাক্ষাৎ কৰি হাঁহি বিৰিঙিল যাদুৰাণী সুস্মিতাৰ মুখত। 🛑 সুস্মিতাৰ সুস্বাস্থ্যৰ বাবে দোৱা কৰিলে আজমলে । 🛑 সুস্মিতালৈ সৰ্বমুঠ তিনি লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে আজমলে।

পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক! পিছত….

পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক! পিছত….

পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক। পত্নীয়ে নাইজেৰিয়াত অকলে ফুৰিবলৈ গৈ লগ কৰিছিল স্বামীৰ বন্ধুক। কিন্তু এতিয়া স্বামীক ফোন কৰি বিছাৰিছে সহায়। ‘মোক ইয়াৰ পৰা লৈ যোৱা’। নাইজেৰিয়াৰ হোটেলত আৱদ্ধ অসমৰ মহিলা জিম প্ৰশিক্ষক।

মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া শিৱসাগৰৰ নিপ প্ৰতীম বৰুৱাক আটক

মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া শিৱসাগৰৰ নিপ প্ৰতীম বৰুৱাক আটক

মন্ত্ৰী অতুল বৰাক সামাজিক মাধ্যমত হত্যাৰ ভাবুকি দিয়া শিৱসাগৰৰ যুৱক নিপ প্ৰতীম বৰুৱাক আটক…