দীপাৱলীৰ সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসত গুলীচালনা নে আন কিবা!

দীপাৱলীৰ সন্ধিয়া দিছপুৰৰ বিধায়ক আৱাসত গুলীচালনা নে আন কিবা!

দীপাৱলীৰ আনন্দৰ মাজতে সন্ধিয়া ৰাজধানী দিছপুৰৰ বিধায়ক আৱাসত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা। আজি সন্ধিয়া ৭ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা অনুসৰি, C ব্লকৰ প্ৰথম মহলাত ভাঙিল গ্লাছ। বিধায়ক আৱাসৰ গ্লাছ ভঙা ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্য। জানিব পৰা মতে, বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰত্যক্ষ কৰে ঘটনাটো। উক্ত বিধায়কৰ আৱাসটোত

ব্যৱসায় আৰু সন্মান বৃদ্ধি পাব, বিবাহিত জীৱনত সুখ থাকিব, আপোনাৰ দৈনিক ৰাশিফল পঢ়ক

ব্যৱসায় আৰু সন্মান বৃদ্ধি পাব, বিবাহিত জীৱনত সুখ থাকিব, আপোনাৰ দৈনিক ৰাশিফল পঢ়ক

মেষ ৰাশি: আজি আপোনাৰ বিবাহিত জীৱন সুখী হ’ব। আমদানি আৰু ৰপ্তানিৰ লগত জড়িত ব্যৱসায়ীসকলে ব্যৱসায়ত লাভ আৰু সফলতা পাব পাৰে। হেৰুওৱা বস্তু ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। প্ৰিয়জনৰ সৈতে প্ৰেমৰ এক সুখদায়ক অভিজ্ঞতা লাভ কৰিব পাৰিব। অৰ্থনৈতিক লাভ আৰু বাহনৰ সুখ পাব পাৰে। বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। বৃষ ৰাশি: আপোনাৰ আজিৰ

গোৱৰ্দ্ধন পূজা কেতিয়া? পূজাৰ পদ্ধতি, শুভ সময় আৰু ইয়াৰ গুৰুত্ব জানো আহক

গোৱৰ্দ্ধন পূজা কেতিয়া? পূজাৰ পদ্ধতি, শুভ সময় আৰু ইয়াৰ গুৰুত্ব জানো আহক

কাতি মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথিত দীপাৱলীৰ পিছদিনা গোৱৰ্দ্ধন পূজা পালন কৰা হয়। গোৱৰ্দ্ধন পূজাক অন্নকূট বুলিও কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত গোৱৰ্দ্ধন পৰ্বত, ভগৱান শ্ৰীকৃষ্ণ আৰু গৰু পূজা কৰা হয়। এই দিনটোত মানুহে ঘৰৰ চোতালত বা ঘৰৰ বাহিৰত গোৱৰেৰে গোৱৰ্দ্ধন পৰ্বতৰ আকৃতি সাজি পূজা কৰে। লগতে এই

ছয়মাইলৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডৰ নতুন মোৰ! লিভ-ইন পাৰ্টনাৰ অভিযুক্ত মণি খান বিবাহিত

ছয়মাইলৰ এপাৰ্টমেণ্টত যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডৰ নতুন মোৰ! লিভ-ইন পাৰ্টনাৰ অভিযুক্ত মণি খান বিবাহিত

গুৱাহাটীৰ ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেণ্টৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কাণ্ডই নতুন মোৰ লৈছে। মৃত অঞ্জুৱে প্ৰায় ৩ মাহ পূৰ্বৰ পৰা মণি খান নামৰ এজন লোকৰ সৈতে একেলগে এই এপাৰ্টমেণ্টত লিভ-ইনত আছিল। কিন্তু অভিযুক্ত হাউলীৰ মণি খান বিবাহিত আছিল আৰু তেওঁৰ দুটা সন্তান আছে। বিবাহিত হোৱাৰ পিছতো মণিয়ে অঞ্জুৰ সৈতে

১১ কোটি ৫০ লাখ পানকাৰ্ড নিষ্ক্ৰিয়, আপোনাৰ পানকাৰ্ডখনো নিষ্ক্ৰিয় হৈছে নেকি?

১১ কোটি ৫০ লাখ পানকাৰ্ড নিষ্ক্ৰিয়, আপোনাৰ পানকাৰ্ডখনো নিষ্ক্ৰিয় হৈছে নেকি?

দেশত নিষ্ক্ৰিয় কৰা হৈছ ১১ কোটি ৫০ লাখ পানকাৰ্ড। হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছে পানকাৰ্ডসমূহ। হাহাকাৰ লাগিছে দেশৰ ১১ কোটিতকৈয়ো অধিক জনতাৰ। ক’তো ব্যৱহাৰ কৰিব পৰা নাই পানকাৰ্ডসমূহ। আধাৰ কাৰ্ডৰ পাছতেই কেন্দ্ৰীয় আয়কৰ বিভাগে বাতিল কৰিছে দেশৰ ১১ কোটি ৫০ লাখ লোকৰ পানকাৰ্ড। পিছে কি কাৰণত নিষ্ক্ৰিয় কৰা হৈছে এই পানকাৰ্ডসমূহ?