দীপাৱলীৰ দিনা তেজপাতেৰে কৰক এই কাম, উদয় হ’ব আপোনাৰ ভাগ্য

দীপাৱলীৰ দিনা তেজপাতেৰে কৰক এই কাম, উদয় হ’ব আপোনাৰ ভাগ্য

পোহৰৰ উৎসৱ দীপাৱলীতে আপোনাৰো ভাগ্য উদয় হ’ব যদিহে কৰে এই কাম। এই সময়খিনিত দেৱী লক্ষ্মীক যদি আপুনি সন্তুষ্ট কৰিব পাৰে তেনেহ’লে ধন–সম্পত্তিৰে ভৰি পৰিব আপোনাৰ ঘৰ। কিন্তু কি কৰিলে সন্তুষ্ট হ’ব লক্ষ্মী দেৱী? দীপাৱলীৰ দিনা মাতৃ লক্ষ্মী আৰু গণেশ ভগৱানক পূজা কৰা হয়। সকলোৱে ঘৰৰ সুখ শান্তিৰ বাবে কৰে প্ৰাৰ্থনা।

ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি আৰু গৌৰৱ গগৈক ৩৫ কোটি টকা দিব! নলবাৰীত ক’লে জয়ন্ত মল্ল বৰুৱাই

ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি আৰু গৌৰৱ গগৈক ৩৫ কোটি টকা দিব! নলবাৰীত ক’লে জয়ন্ত মল্ল বৰুৱাই

এইবাৰ ভূপেন বৰা, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক বিজেপিত যোগদান কৰিবলৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বিজেপিত যোগদান কৰিলে আকৰ্ষণীয় অফাৰ আগবঢ়াব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে। আজি নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তিনি কংগ্ৰেছ নেতালৈ আগবঢ়ালে এই অফাৰ। আজি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিলে সুৰেশ বৰাই। গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি

গুৱাহাটীৰ পাছত শিৱসাগৰতো হানী ট্ৰেপিং !

গুৱাহাটীৰ পাছত শিৱসাগৰতো হানী ট্ৰেপিং !

শিৱসাগৰত হানী ট্ৰেপিঙৰ ভয়ংকৰ জাল। স্বামী–স্ত্ৰীয়ে চলাইছে হানী ট্ৰেপিঙৰ ভয়ংকৰ ৰেকেট। সুন্দৰী মহিলাৰ চলাহী কথাত ভোল গৈ হানী ট্ৰেপিঙৰ জালত ভৰি দি সৰ্বস্বান্ত বহুজন। কিন্তু শেহতীয়া এক ঘটনাই পোহৰলৈ আনিলে এই চাঞ্চল্যকৰ কাৰবাৰ। বাৰম্বাৰ ব্লেকমেইলিঙৰ চিকাৰ হোৱা এজন ব্যৱসায়ীয়ে অতিষ্ঠ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰলৈ আহে প্ৰৱঞ্চনাৰ ভয়ংকৰ

নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পৰাজিত কৰি অ’ইল ইণ্ডিয়া চেম্পিয়ন

নগাঁৱৰ স্বাধীনতা দিৱস কাপ ফুটবলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদক পৰাজিত কৰি অ’ইল ইণ্ডিয়া চেম্পিয়ন

নিউজ ব্যুৰ’,নগাঁও,১১নবেম্বৰ:–নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত ঐতিহ্যমণ্ডিত স্বাধীনতা দিৱস কাপ ফুটবলৰ শুকুৰবাৰে ফাইনেল খেলখন অনুষ্ঠিত হয় । ফাইনেল খেলত দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাৱে গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (এ এছ ই বি) স্প’ৰ্টছ ক্লাবক ২-০ গ’লত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে । মহাৰজত জয়ন্তী

মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ!

মহানগৰীত বৃদ্ধ পিতৃ-মাতৃক ৰামঠগন একমাত্ৰ কন্যাৰ! আইনৰ ডিগ্ৰী লোৱা কন্যাই স্বামীৰ সৈতে মিলি লুটিলে লক্ষ লক্ষ টকা-অলংকাৰ, গোপনে বিক্ৰী কৰি পলাল পিতৃ-মাতৃৰ ফ্লেট   গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিজৰেই জী-জোঁৱাইৰ প্ৰবঞ্চনাৰ বলি হ’ল এহাল বৃদ্ধ পিতৃ-মাতৃ। ধন-সম্পত্তিৰ লালসাত পিতৃ-মাতৃৰ একাউন্টৰ পৰা লুটিলে প্ৰায় ৩৮ লাখ টকা। কেৱল