মেৰাপানীত সংঘটিত হৈছে এক জঘন্য কাণ্ড।ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী। অভিযোগ অনুসৰি অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাই কিশোৰী গৰাকীৰ আত্মীয় তথা সোনটি বৰা নামৰ বিবাহিত যুৱকজনে। ঘটনাৰ বিৱৰণী অনুসৰি সোনটি বৰাই যোৱা ৯ নবেম্বৰত ক’লাজানৰ নগা পাহাৰৰ দাঁতিত থকা এটা বাসগৃহত ওৰে নিশা নিৰ্যাতন চলাই কিশোৰীগৰাকীক। অপকৰ্মৰ কথা কাৰোৱাৰ
গোলাঘাটত নৃত্য প্ৰশিক্ষণৰ নামত ছাত্ৰীক প্ৰশিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ এটা ঘটনা পোহৰলৈ আহিছে। ভুক্তভোগী যুৱতী গৰাকীৰ অভিযোগ অনুসৰি ২ অভিযুক্তৰ ভিতৰত এজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰঙাঘৰলৈ পঠিয়ালে যদিও এজন অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলতে থকাত যুৱতী গৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি এটা পষ্ট দিয়াৰ পাছতে তীব্ৰ চঞ্চল্যৰ
দেওবাৰে পুৱাই মথুৰাপুৰ বাউলি পুখুৰী অঞ্চলত ডিঙিত চিপ লৈ থকা অৱস্থাত ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৩টাকৈ সন্তানৰ মাতৃ মহিলাগৰাকী মৃতদেহ পুৱা গছত ডিঙিত চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ মহিলাগৰাকী নাম জীনা কাঁহাৰ(৩২) বুলি
শৰাইঘাট দলঙত পুনৰ অঘটন। শৰাইঘাট দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ এজনৰ। দলঙৰ ওপৰত উদ্ধাৰ এখন ৱেগনআৰ বাহন। লগতে উদ্ধাৰ ৰাজব্রত বৰা নামৰ লোকজনৰ আধাৰ কাৰ্ড। উদ্ধাৰ হোৱা বাহনখনৰ পঞ্জীয়ন নং– AS01 AG 5321। ব্রহ্মপুত্রত লোকজনৰ সন্ধানত নদী আৰক্ষীৰ অভিযান।
ওৰাং আৰক্ষীৰ বৃহৎ সফলতা। বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ওৰাং আৰক্ষী। ছাউথ দিল্লীৰ আজ কলনীৰ ৰাজ কিশোৰ(২৪) আৰু ৰাজস্থানৰ হাভলা(৩৬) নামৰ দুই সৰবৰাহকাৰীক শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁও জিলাৰ মিকিৰভেটাৰ জাজৰিৰ পৰা গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী ২জনক। ওৰাঙৰ ফটাশিমলু গাঁৱৰ ২ কিশোৰী সৰবৰাহ সম্পৰ্কীয় এক গোচৰ