অভিনেতা, নাট্যকৰ্মী ৰিজু দত্তৰ দেহাৱসান

অভিনেতা, নাট্যকৰ্মী ৰিজু দত্তৰ দেহাৱসান

উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ গুড হেল্থ হস্পিতালত চিকিৎসাধীন আছিল অভিনেতা জন এসময়ৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা তথা নাট্যকৰ্মী আছিল দত্ত

অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান, লগতে বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ

অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান, লগতে বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ

অসুস্থতাৰ বাবে বাতিল হ’ল জুবিন গাৰ্গৰ সকলো অনুষ্ঠান। লগতে বাতিল হ’ল জুবিনৰ লণ্ডন ভ্ৰমণ। এতিয়াও ICUতে ৰখা হৈছে জুবিন গাৰ্গক। চিন্তাৰ কোনো কাৰণ নাই। চাৰিজনীয়া চিকিৎসকৰ নিৰীক্ষণত জুবিন গাৰ্গ। চিকিৎসকৰ মতে বিশ্ৰামৰ প্ৰয়োজন জুবিনৰ।

‘দেশৰ পাকিস্তানীসকলক আমি ভাল নাপাওঁ’ : হিমন্ত বিশ্ব শৰ্মা

‘দেশৰ পাকিস্তানীসকলক আমি ভাল নাপাওঁ’ : হিমন্ত বিশ্ব শৰ্মা

অসমত খাই–বৈ থকা পাকিস্তানীসকলৰ ভোট নালাগে হিমন্ত বিশ্ব শৰ্মাক। নিৰ্বাচনী সভাতেই হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ৰাজহুৱা ঘোষণা। ‘দেশৰ পাকিস্তানীসকলক আমি ভাল নাপাওঁ’

কৰ্কটত আক্ৰান্ত সুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহিল মৌলানা বদৰুদ্দিন আজমল

কৰ্কটত আক্ৰান্ত সুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহিল মৌলানা বদৰুদ্দিন আজমল

যাদুৰাণী সুস্মিতা তালুকদাৰৰ মুখত বিৰিঙি উঠিল অলপ হাঁহি। কৰ্কটত আক্ৰান্ত সুস্মিতাক সহায়ৰ বাবে আগবাঢ়ি আহিল মৌলানা বদৰুদ্দিন আজমল। সাংসদগৰাকীয়ে প্ৰদান কৰিলে আৰ্থিক সাহায্য।

অসমত বিজেপিৰ ভেটি কঁপাবলৈ আহি আছে ৰাহুল গান্ধী

অসমত বিজেপিৰ ভেটি কঁপাবলৈ আহি আছে ৰাহুল গান্ধী

অসমত বিজেপিৰ ভেটি কঁপাবলৈ আহি আছে ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ উপস্থিতিত বিজেপি, অগপৰ বহু নেতাই যোগদান কৰিব কংগ্ৰেছত। প্ৰদেশ কংগ্ৰেছৰ বিশাল আয়োজন।