প্ৰেছ বিবৃতি # APSC কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: জিতুল ডেকা # বাঘৰ দৰে জপিওৱাৰ পৰিবৰ্তে মানৱীয়তাকহে ঢাল হিচাপে লৈছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী,৫ নবেম্বৰ : দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই এতিয়া APSC ত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ তামাৰহাটত গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰিলে আৰক্ষীয়ে। এই গুলীচালনাত গুলীবিদ্ধ হয় এজন চোৰাং গৰু সৰবৰাহকাৰী। আনহাতে গ্রেপ্তাৰ কৰা হয় আন দুজন গৰু সৰবৰাহকাৰীক। জানিব পৰা মতে, তামাৰহাটত আৰক্ষীৰ বাধা নেওচি পলাবলৈ চেষ্টা কৰে চোৰাং সৰবৰাহকাৰীকেইজনে। ফলত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।
পুনৰ আত্মসমৰ্পণ আন এক আলফা (স্বাধীন) সদস্যৰ।নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ সদস্যজনৰ। আত্মসমৰ্পণকাৰী সদস্যজনৰ নাম মাধৱ চেতিয়া ওৰফে সূৰজ অসম বুলি জানিব পৰা গৈছে। মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত। ২০২১ চনত আলফা স্বাধীনত যোগদান কৰিছিল মাধৱ চেতিয়াই। মাধৱ চেতিয়াৰ পৰা এটা হেণ্ড গ্রেনেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য
On Saturday, Assam Chief Minister Himanta Biswa Sarma provided an update on the progress of the bridge construction project over the Brahmaputra River, which will connect the south and north banks in the state’s capital city, Guwahati. He reported that approximately 78% of the bridge work has been completed, and
While visiting India, Bhutan’s King Jigme Khesar Namgyal Wangchuk had an exciting jungle safari at Assam’s Kaziranga National Park on Saturday. This marked the second day of his three-day trip to Assam. Assam Chief Minister Himanta Biswa Sarma expressed his happiness on X (formerly Twitter), saying, “I’m pleased to hear