আমাৰ শৰীৰৰ প্ৰতিটো অংগৰে নিজস্ব কাম থাকে৷ হৃদপিণ্ড, মস্তিষ্ক আৰু হাওঁফাওঁৰ লগতে বৃক্ক বা কিডনীটোৱেও স্বাস্থ্যৰ বাবে ২৪ ঘণ্টাই কাম কৰি থাকে৷ কিডনীৰ প্ৰধান কাম হৈছে তেজ পৰিষ্কাৰ কৰা আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা বৰ্জ্য পদাৰ্থসমূহ উলিয়াই দিয়া৷ তদুপৰি কিডনীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ আৰু লোহিত ৰক্তকণিকা তৈয়াৰ কৰাৰ লগতে শৰীৰৰ pH
যিকোনো ধৰণৰ চকুৰ অসুখত আক্ৰান্ত হ’লেই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ দোকানৰ পৰা ঔষধ ক্ৰয় কৰি প্ৰয়োগ কৰাৰ প্ৰৱণতা বেছিভাগৰেই আছে৷ সাধাৰণতে হোৱা ধূলি-বালিৰ বাবে হোৱা কংজাংটিভাইটিছত আক্ৰান্ত হ’লে ফাৰ্মাচীৰ পৰা চকুৰ দৰৱ আনি বহুতেই ব্যৱহাৰ কৰে৷ চিকিৎসকৰ পৰামৰ্শ অবিহনে এইদৰে ষ্টেৰয়েডযুক্ত ঔষধ চকুৰ দিয়াৰ ফলত চকুৰ অসুখ ভাল হোৱাৰ বিপৰীতে চকুৰ
তিনিদিনীয়া কাৰ্যসূচীৰে শুক্ৰবাৰে বিশেষ বিমান যোগে গুৱাহাটীত উপস্থিত হোৱা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ নৃপতি জিগমে খেছাৰ নামগ্যাল ৱাংগচুকৰ স’তে সন্ধিয়া মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয় ৷ আনহাতে আজি সন্ধিয়া ভূটানী ৰজা গৰাকীৰ সন্মানাৰ্থে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই খানাপাৰাস্থ অসম প্ৰশাসনিক মহাবিদ্যালয়ত আয়োজন কৰা নৈশভোজত অংশ ল’ব ৷ ইপিনে
অসম কন্যা তথা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিভাৱান খেলুৱৈ ক্ৰিকেটাৰ উমা চেত্ৰীক শণিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায় ৷ অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ উপস্থিতিত যুৱ মহিলা ক্ৰিকেটাৰ গৰাকীক ১০ লাখ টকাৰ সাহাৰ্যৰ চেক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে
প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বাসগৃহত নিৰ্যাতনৰ ঘটনা । পোহৰলৈ আহিছে চাঞ্চল্যকৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বোৱাৰীয়েকক নিৰ্যাতনৰ অভিযোগ । পুত্ৰ ৰাজৰ্ষি সেন ডেকাই পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ । পূৰ্বে বিবাহ বিচ্ছেদ হৈছিল ৰাজৰ্ষি সেন ডেকাৰ । পূৰ্বৰ বিবাহৰ কথা গম পোৱা নাছিল বৰ্তমানৰ পত্নীয়ে । মহিলাগৰাকীৰ শাহু-স্বামীৰ