“মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক অংগুষ্ঠ প্রদর্শন কৰি বিভিন্ন স্থানত দুর্বৃত্তই লুটপাত চলাই আহিছে৷ কালি মহানগৰীৰ বৰবাৰীত ৰখাই থোৱা চাৰিচকীয়া বাহনৰ পৰা দিন-দুপৰতে দুর্বত্তই ৩ লাখ টকা লুটি লৈ যোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বেলতলা ছার্ভেৰ পাৰিজাত পথৰ এটা বাসগৃহত চোৰে লুটপাত চলায় ৷ পাৰিজাত পথৰ গৃহ নং ১৫ত দুর্বৃত্তৰ দলটোৱে
গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰিত ভাওৰাগুৰি-বিন্যাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত এবিআমছুৰ ভাওৰাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৪ আৰু ৫ নভেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থা চমুকৈ এবিআমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ চলিছে ব্যাপক প্ৰস্তুতি।ইতিমধ্যে অধিৱেশনৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ কৰি তুলিছে।অধিৱেশনৰ ৫ নভেম্বৰত মুকলি সভাত মূখ্য অতিথি
🔴কৰ্তব্যৰত অৱস্থাতে সোণাৰিত আকস্মিক মৃত্যু আৰক্ষী জোৱান ৰবীন গগৈৰ🔴নামতোলাৰ পানীগছ অঞ্চলত তালাচীৰত অৱস্থাতে অসুস্থ হৈ পৰে জোৱানজন🔴ততালিকে পত্নীয়ে ভৰ্তি কৰে চৰাইদেউ অসামৰিক চিকিৎসালয়ত🔴চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জোৱান ৰবীন গগৈৰ
🔷 উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ছাদ্দালৈ 🔷 ৰাজ্যসভাৰ অধ্যক্ষৰ ওচৰত ক্ষমা খোজাৰ নিৰ্দেশ 🔷 ৰাজ্যসভাৰ পৰা নিলম্বিত হৈ আছিল ছাদ্দা 🔷 নিলম্বনৰ বিৰুদ্ধে উচ্চতম ন্যায়লয়ৰ দ্বাৰস্থ আপ নেতাজন 🔷 শুনানিৰ সময়তে বিচাৰপীঠৰ ক্ষমা খোজাৰ নিৰ্দেশ
বৃহস্পতিবাৰে শিক্ষা আই আই টি গুৱাহাটীৰ চৌহদত চাইকেল চলাই থকা অৱস্থাতে দুৰ্ঘটনাত পতিত এজন ছাত্র। দুৰ্ঘটনাত পতিত ছাত্রজনৰ চিকিৎসালয়ত মৃত্যু। ছাত্রজন ৰাজস্থানৰ অংকিত সিং ৰাজপুত বুলি চিনাক্ত হৈছে। বৰাক হোষ্টেলৰ আৱাসী আছিল অংকিত নামৰ ছাত্রজন। ৬ মাহ পূৰ্বে আই আই টি গুৱাহাটীলৈ আহিছিল ছাত্রজন। সম্প্রতি গুৱাহাটীৰ সঞ্জীৱনী হাস্পতালৰ মৰ্গত ৰখা