মহম্মদ ছামিৰ বল বন্দুকৰ গুলী

মহম্মদ ছামিৰ বল বন্দুকৰ গুলী

২০২৩ চনৰ বিশ্বকাপত মহম্মদ ছামিয়ে তেওঁৰ ভয়াৱহ বলিঙৰ পিছত ধাৰাবাহিকভাৱে প্ৰশংসা লাভ কৰি আহিছে। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৪টা উইকেট দখল কৰি দলটোৰ মুঠ ২৩০ ৰান ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ভাৰতীয় বেগী বলাৰগৰাকীয়ে। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনৰ পাছত নিউজিলেণ্ডৰ প্রাক্তন বেষ্ট বলাৰ ছাইমন ডাউলে ভাৰতীয় ছিমাৰগৰাকীক প্ৰশংসা কৰি মহম্মদ ছামিক বন্দুক

ইংলেণ্ডৰ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ অসম কন্যা প্ৰিয়ম ডেকা

ইংলেণ্ডৰ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ অসম কন্যা প্ৰিয়ম ডেকা

ইংলেণ্ডৰ প্ৰশাসনিক বিষয়াৰ পৰীক্ষাত উত্তীৰ্ণ অসম কন্যা প্ৰিয়ম ডেকা। এইবাৰ ইউনাইটেড কিংদম চিভিল চাৰ্ভেণ্ট পৰীক্ষাত গৌৰৱেৰে উত্তীৰ্ণ হৈছে প্ৰিয়ম ডেকা। উল্লেখযোগ্য যে এই বছৰ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰিয়ম হৈছে একমাত্ৰ ভাৰতীয়  

নিৰ্বাচনলৈ এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা আজমলৰ

নিৰ্বাচনলৈ এআইইউডিএফৰ প্ৰাৰ্থী ঘোষণা আজমলৰ

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত কেইটা মান মাহ বাকী থকা অৱস্থাত ৰাজ্যত ৰাজনৈতিক দলবোৰৰ মাজত নিৰ্বাচকেন্দ্ৰিক তৎপৰতা আৰম্ভ হৈছে৷ শাসকীয় বিজেপি দলে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ সময়ত বিৰোধী মিত্ৰজোটেও ব্যাপক কৰি তুলিছে নিৰ্বাচনী তৎপৰতা৷ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী শিবিৰে আজমলক একাষৰীয়া কৰি ৰখাৰ সময়ত আজমলে গ্ৰহণ কৰিছে ‘একলা চলো’ নীতি৷ আগন্তুক লোকসভা

গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটীত ৰিক্সাতে চালকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ ভঙাগড় থানাৰ অন্তৰ্গত দীনেশ ওজা পথত বৃহস্পতিবাৰে পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ ৰিক্সাৰ ওপৰত উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মহানগৰীৰ ভঙাগড়ৰ দীনেশ ওজা পথত ৰিক্সাৰ ওপৰত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ভঙাগড় থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে

ভিয়েটনামৰ উজলিল অসম গৌৰৱ সত্রীয়া নৃত্য

ভিয়েটনামৰ উজলিল অসম গৌৰৱ সত্রীয়া নৃত্য

সুদূৰ ভিয়েটনামৰ হো চি মিন চহৰত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা আন্তৰ্জাতিক উত্তৰ পূর্বাঞ্চল মহোৎসৱত উজলিল অসমৰ সত্রীয়া নৃত্য৷ ২৭ অক্টোবৰত ভিয়েটনামত বিখ্যাত ৰেক্স ইণ্টাৰনেচনেল হোটেলত সন্ধিয়া ৭বজাত অনুষ্ঠিত উত্তৰ–পূর্বাঞ্চল মহোৎসৱৰ শুভাৰম্ভ কৰে ভিয়েটনামৰ ভাৰতৰ ৰাষ্ট্রদূত সন্দীপ আর্য্য আৰু ভিয়েটনামৰ হো ছি মিন চহৰৰ পিপুলচ পার্টীৰ উপাধ্যক্ষই৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে