নগাঁৱত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পুত্ৰ!

নগাঁৱত পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত পুত্ৰ!

নগাঁৱৰ ডিফলুত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পিতৃৰ দাৰ ঘাপত পুত্ৰ গুৰুতৰভাৱে আহত হৈছে। মঙলবাৰে নিশা প্ৰায় ১০ বজাত এই ঘটনা সংঘটিত হৈছে। জাপিব পৰা মতে, প্ৰবীণ বৰা নামৰ এগৰাকী ব্যক্তিয়ে নিজ পুত্ৰ চিন্ময়ক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। প্ৰবীণ বৰা ওৰফে শিশুৰামে পত্নী প্ৰণতি বৰাক নিৰ্যাতন চলাইছিল। মাতৃক বচাবলৈ

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান!

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান!

সেনাৰ চাকৰি এৰি আলফা স্বাধীনত যোগদান। কেম্পৰ পৰা ভিডিঅ’ৰে যোগদানৰ কাৰণ বাখ্যা পৱন নেওগৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এক নং ৱাৰ্ডৰ যুৱক পৱন নেওগ। ২০১৫ চনত দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমক প্ৰতিনিধিত্ব কৰিছিল পৱনে। ৪০০ মিটাৰ দৌৰত ৰাজ্যক প্ৰতিনিধিত্ব কৰা পৱনে ২০১৭ত যোগ দিছিল ভাৰতীয় সেনাত। পাছে আছাম ৰেজিমেণ্টত ছবছৰ চাকৰি

বিৰোধীৰ আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ সন্দৰ্ভত তদন্ত ঘোষণা…

বিৰোধীৰ আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ সন্দৰ্ভত তদন্ত ঘোষণা…

দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ একাংশ নেতাই ব্যৱহাৰ কৰা আইফোন ‘ৰাজ্যৰ পৃষ্ঠপোষকতাত হেকিং’ কৰাৰ সন্দৰ্ভত নিৰ্মাতা এপলে জাননী প্ৰেৰণ কৰিছে। ইয়াকে লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে এই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য ও প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে স্পষ্টিকৰণ প্ৰকাশ কৰিছে। উল্লেখ্য, কংগ্ৰেছ সাংসদ

ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ?

ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ?

দুৰ্গা পূজা, লক্ষ্মী পূজা শেষ হোৱাৰ পিছতেই সমগ্ৰ দেশতে আৰম্ভ হৈছে দীপাৱলীৰ কাউণ্টডাউন। উৎসৱৰ বতৰে এতিয়া অপেক্ষা কৰি আছে কালী পূজা, দীপাৱলী আৰু ভাইফোঁটালৈ। এইবাৰো কালী পূজাৰ আশে-পাশে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ আগতে এইবাৰ ধনতেৰাচ কেতিয়া পৰিছে চাওঁ আহক। হিন্দু চান্দ্ৰ মাহৰ আহিন ত্ৰয়োদশীৰ দিনা ধনতেৰাচ পালন কৰা হয়। সোণ,

ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বিষাক্ত হৈ পৰিছে বায়ু

ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বিষাক্ত হৈ পৰিছে বায়ু

ক্ৰমাৎ অধিক বেয়া হৈ গৈ আছে দিল্লীৰ বায়ু। ৰাষ্ট্ৰীয় ৰাজধানীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বায়ু গুণমান সূচক (একিউআই) সম্পূৰ্ণৰূপে বেয়াৰফালে ঢাল খাইছে। বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হৈছে। দিল্লীৰ বহুতো অঞ্চলত একিউআই ৪০০ ৰ ওপৰ পাছেগৈ। দেশৰ ২২১ খন চহৰৰ ভিতৰত