কংগনাৰ ‘তেজস্ব’ চাই কান্দিলে যোগী আদিত্য নাথে

কংগনাৰ ‘তেজস্ব’ চাই কান্দিলে যোগী আদিত্য নাথে

কংগনা ৰণাৱতৰ ‘তেজস্ব’ মুক্তি লাভ কৰাৰ পাছতে দৰ্শকৰ সহাৰি আশানুৰূপ হোৱা নাই। যাৰ বাবে কংগনাই হাতজোৰ কৰি দৰ্শকক ছবিগৃহলৈ আহি ছবিখন চাবলৈ অনুৰোধ জনাইছে। তাৰ মাজতে অৱশ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে উপভোগ কৰিলে এই চিনেমাখন। মঙ্গলবাৰে ছবিখন চাই মুখ্যমন্ত্ৰীগৰাকীৰ হেনো নিগৰিল চকুলো। ৩১ অক্টোবৰত কংগনাই তেওঁৰ এই ছবিখন

এইবছৰ ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ? কিমান সময় থাকিব স্বৰ্ণ ক্ৰয়ৰ শুভ মুহূৰ্ত?

এইবছৰ ধনতেৰাচ কেতিয়া? ১০ নে ১১ নৱেম্বৰ? কিমান সময় থাকিব স্বৰ্ণ ক্ৰয়ৰ শুভ মুহূৰ্ত?

দুৰ্গা পূজা, লক্ষ্মী পূজা শেষ হোৱাৰ পিছতেই সমগ্ৰ দেশতে আৰম্ভ হৈছে দীপাৱলীৰ কাউণ্টডাউন। উৎসৱৰ বতৰে এতিয়া অপেক্ষা কৰি আছে কালী পূজা, দীপাৱলী আৰু ভাইফোঁটালৈ। আহিন আৰু কাতি মাহৰ উৎসৱৰ আশে-পাশে দেশৰ বিভিন্ন প্ৰান্ত সাজি-কাচি তোলা হয়। এইবাৰো কালী পূজা ২০২৩ৰ আশে-পাশে এক উৎসৱমুখৰ পৰিৱেশ। তাৰ আগতে এইবাৰ ধনতেৰাচ কেতিয়া পৰে

ককালৰ বিষ নিৰাময়ৰ বাবে সহজ ঘৰুৱা চিকিৎসা

ককালৰ বিষ নিৰাময়ৰ বাবে সহজ ঘৰুৱা চিকিৎসা

সচৰাচৰ বয়স্ককালত বাত নাইবা অন্যান্য ৰোগৰ প্ৰভাৱত বা দেহত উপযুক্ত কেলচিয়াম ভিটামিন ডি , চি, ফচফৰাচ আদিৰ অভাৱত হাড় মাংসপেশী আদিৰ দুৰ্বলতাৰ বাবে ককাল , ৰাজহাড় আদি যিকোনো অংগত হোৱা বিষ হল — স্বাভাৱিক ৰোগৰ উপসৰ্গ । ( Assamese Health Tips ) অন্যহাতে মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ বা প্ৰসৱ জনীত কাৰনত

আজি বিবাহিত জীৱনত সুখ লাভ কৰিব, বন্ধুবৰ্গৰ পৰা উপহাৰ পাব, আপোনাৰ ৰাশিফল পঢ়ক

আজি বিবাহিত জীৱনত সুখ লাভ কৰিব, বন্ধুবৰ্গৰ পৰা উপহাৰ পাব, আপোনাৰ ৰাশিফল পঢ়ক

মেষ ৰাশি: আজি আপুনি অলপ বিভ্ৰান্ত হ’ব পাৰে। নিজৰ জেদী আচৰণ ত্যাগ কৰিব, কথা কওতে মধুৰতা বজাই ৰাখিব। আপুনি যিকোনো কাম সহজে কৰিব পাৰিব। কিন্তু কোনো নতুন কাম আৰম্ভ নকৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিবাদ হ’ব পাৰে। আজি আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা আছে। বৃষ ৰাশি: আজিৰ দিনটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে এক মধ্যমীয়া ফলপ্ৰসূ

ৰাজ্যত পুনৰ এনকাউন্টাৰ…

ৰাজ্যত পুনৰ এনকাউন্টাৰ…

ৰাজ্যত পুনৰ এনকাউন্টাৰ। ধুবুৰীৰ বিলাসীপাৰাত ছফিকুল ইছলাম নামৰ যুৱকক এনকাউন্টাৰ। এক অভিযানত এটা পিষ্টল ৩ জাঁই সজীৱ গুলিসহ দুজন যুৱক আটক কৰিছিল আৰক্ষীয়ে। আটক হোৱা যুৱকদ্বয় ক্ৰমে মতিয়াৰ ৰহমান আৰু ছফিকুল ইছলাম। যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 MM পিষ্টলসহ তিনি জাঁই গুলি। লগতে জব্দ কৰে এখন পালচাৰ বাইক। এনকাউন্টাৰ