এইবাৰ দুৰ্গোৎসৱত বিগত বছৰতকৈও অধিক সুৰা বিক্ৰীৰে অভিলেখ স্থাপন হ’ল অসমত

এইবাৰ দুৰ্গোৎসৱত বিগত বছৰতকৈও অধিক সুৰা বিক্ৰীৰে অভিলেখ স্থাপন হ’ল অসমত

এইবাৰ দুৰ্গোৎসৱত বিগত বছৰতকৈও অধিক সুৰা বিক্ৰীৰে অভিলেখ স্থাপন হ’ল অসমত 🔷 ষষ্ঠীৰ পৰা দশমীলৈ মাত্ৰ ৪ দিনত সমগ্ৰ অসমত মুঠতে ২২ কোটি টকাৰ সুৰা বিক্ৰী। 🔷 এই সময়ছোৱাত গুৱাহাটীত ৪ দিনত বিভিন্ন কাৰণত পথ দুৰ্ঘটনাত ২৮২গৰাকী ব্যক্তি আহত ।

অযোধ্যাৰ ৰাম মন্দিৰত অভিনেত্ৰী কংগনা ৰাণাৱট

অযোধ্যাৰ ৰাম মন্দিৰত অভিনেত্ৰী কংগনা ৰাণাৱট

অযোধ্যাৰ ৰাম মন্দিৰত অভিনেত্ৰী কংগনা ৰাণাৱট। আহিবলগীয়া ছবি ‘তেজস’ৰ মুক্তিৰ পূৰ্বে ৰাম মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰীগৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

🔷 ছত্তীশগড়ত নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 🔷 নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ 🔷 বিধায়ক মহম্মদ আকবৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ