মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ওদালগুৰি চহৰৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নম্বৰ ৱাৰ্ডৰ শংকৰ নগৰত সংঘটিত হয় এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে এগৰাকী মহিলা নিহত হোৱাৰ লগতে
দৰঙৰ বানেকুছিত চাঞ্চল্য ৷গাঁওখনৰ কলিতা পাৰা চুবুৰীৰ এটা পৰিয়ালৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে শৌচালয়লৈ যোৱাত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহটো
নিউজ ব্যুৰ’,নগাঁও,১২অক্টোবৰ:–বিগত বৰ্ষৰ দৰে এইবছৰো শনিবাৰে নিশা নগাঁও জিলাৰ কঠীয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয়ৰ ১৫সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক নৃত্য সমাৰোহ “নৃত্যাঞ্জলি- ২০২৩” উদ্যোগত উদযাপন কৰা হয় । বিদ্যালয়ৰ পৰিচালন
হিন্দু ধৰ্মত সমস্ত দেৱ–দেৱতাৰ পূজাৰ বাবে বাৰ নিৰ্ধাৰণ কৰা হয়। ভগৱান গণেশৰ পূজা–অৰ্চনাৰ বাব বুধবাৰৰ দিনটো উত্তম। এই দিনটোত গণেশৰ পূজা কৰিলে ভক্তৰ সকলো সমস্যা দূৰ হয় আৰু গ্ৰহ দোষ
বিপদ আৰু সমস্যাৰ পৰা ৰক্ষা পাবলৈ ভাগৱত-পোৰাণত বহু বৰ্ণনা আছে। ঈশ্বৰ বিশ্বাসী লোকে বিপদত পৰিলে হতাশ হোৱাৰ কথা নাই। সৰ্বশক্তিমান ঈশ্বৰৰ ওপৰত আস্থা আৰু বিশ্বাসেৰে বিপদৰ পৰা মুক্ত হোৱা সম্ভৱ।