বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ৰাতিপুৱাৰ ৰ’দে

বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ৰাতিপুৱাৰ ৰ’দে

ৰাতিপুৱাৰ ৰ’দে বহু ৰোগৰ আশংকা হ্ৰাস কৰে।শীতকালত বহু লোকেই ৰ’দ লয় যদিও গ্ৰীষ্মকালত ৰ’দ লোৱাৰ পৰা সকলো বিৰত থাকে।কিন্তু ৰ’দ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ? আপুনি যদি দিনটোৰ মাত্ৰ ২০ মিনিট সময় ৰ’দ লয়, ই আপোনাক বহু গুৰুতৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰে।ৰ’দ লোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে

ডেটিং এপত চিনাকীঃ বিদেশৰ পৰা প্ৰেমিকাক মাতি আনি হত্যা

ডেটিং এপত চিনাকীঃ বিদেশৰ পৰা প্ৰেমিকাক মাতি আনি হত্যা

এগৰাকী বিদেশী মহিলাৰ হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন যুৱকে প্ৰেয়সীক বিদেশৰ পৰা মাতি আনি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ তিলক নগৰত। অভিযুক্তৰ নাম গুৰপ্ৰীত সিং বুলি জানিব পৰা গৈছে। গুৰপ্ৰীতেয় কয় যে, ডেটিং এপৰ জৰিয়তে তেওঁ এগৰাকী মহিলাক লগ পাইছিল। বন্ধুত্বৰ পাছত তেওঁলোকৰ প্ৰেম

ৰৌতাৰ ইউপিপিএলত খহনীয়া; বিধায়ক চৰণ বড়োৰ উপস্থিতিত পানবাৰী গাঁৱত ৫০ব্যক্তিৰ বিপিএফত যোগদান

ৰৌতাৰ ইউপিপিএলত খহনীয়া; বিধায়ক চৰণ বড়োৰ উপস্থিতিত পানবাৰী গাঁৱত ৫০ব্যক্তিৰ বিপিএফত যোগদান

১৭ অক্টোবৰত বিটিআৰৰ অধীনস্থ ৰৌতা সমষ্টিৰ পানবাৰী,বড়িগাঁও দীঘলীপাৰ গাঁওত স্বতঃস্ফূৰ্ত ভাবে প্ৰায় ৫০ গৰাকী পুৰুষ মহিলাই ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ উদ্যোগত আৰু উপস্থিতি বিপিএফ দলত যোগদান কৰে ৷ এই অনুষ্ঠানত BSUওদালগুৰি জিলা সমিতিৰ সভাপতি বিজয় ডুবেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ৷ ওদালগুৰি জিলাৰ বিশেষকৈ ৭০নং মাজবাট বিধান

সন্তানসহ ৩০ ফুট তলত পৰিল গৰ্ভৱতী মহিলা, ওৰে নিশা মৃতদেহৰ ওচৰত বহি থাকিল ৪ বছৰীয়া শিশু

সন্তানসহ ৩০ ফুট তলত পৰিল গৰ্ভৱতী মহিলা, ওৰে নিশা মৃতদেহৰ ওচৰত বহি থাকিল ৪ বছৰীয়া শিশু

এগৰাকী গৰ্ভৱতী মহিলাৰ অতি কৰুণ মৃত্যুৰ এক ঘটনা পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপূৰত সংঘটিত হৈছে এই ঘটনা। বৃহস্পতিবাৰে এখন দলঙৰ তলত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে মহিলাগৰাকীয়ে তেওঁৰ ৪বছৰীয়া পুত্ৰক চকলেট কিনি দিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তেতিয়াৰ পৰা নিৰুদ্দেশ আছিল মহিলাগৰাকীয়ে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে এজাহাৰ

Bornil Changmai Secures India’s First Gold in 10 Years at Badminton Asia U17, U15 Junior Championships

Bornil Changmai Secures India’s First Gold in 10 Years at Badminton Asia U17, U15 Junior Championships

  *Assam’s Bornil Aakash Changmai Triumphs as Under-15 Asian Junior Champion* Assam, India – In a historic victory, Bornil Aakash Changmai from Assam clinched the Under-15 Asian Junior Championship title, marking India’s return to gold after a decade. The young Assamese shuttler’s remarkable performance at the Badminton Asia U17 and