এইসকল চৰকাৰী কৰ্মচাৰীয়ে ৭৫ দিনৰ দৰমহা লাভ কৰিব দীপাৱলীৰ বোনাচ হিচাপে

এইসকল চৰকাৰী কৰ্মচাৰীয়ে ৭৫ দিনৰ দৰমহা লাভ কৰিব দীপাৱলীৰ বোনাচ হিচাপে

অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰে দিলে ভাল খবৰ। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। ৪ শতাংশ DA বৃদ্ধিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। ফলত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ ৪২ শতাংশৰ পৰা ৪৬ শতাংশ হ’লগৈ। ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই ডি এ

শুকুৰ আলীৰ নতুন অৱতাৰ, এইবাৰ কি কৰিব শুকুৰে?

শুকুৰ আলীৰ নতুন অৱতাৰ, এইবাৰ কি কৰিব শুকুৰে?

জে’লৰ পৰা ওলায়ে সময় নষ্ট কৰা নাই শুকুৰ আলীয়ে। নিৰ্বাচনী হাৱা আহিল কি নাহিল, দিছপুৰলৈ আৰম্ভ হ’ল শুকুৰ আলীৰ তাঁতবাতি। ২০২৪ত বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ গভীৰ স্বপ্নত এতিয়া বিভোৰ শুকুৰ আলী। সেয়ে নেতাৰ বেশ ধৰি দিছপুৰত মন্ত্ৰীৰ পদূলিয়ে পদূলিয়ে এতিয়াৰ পৰাই আমনি দিছে শুকুৰ আলীয়ে। কেৱল বিজেপিৰ নিৰ্বাচনী প্ৰাৰ্থী হোৱাই

আহি আছে জুবিনৰ দুখনকৈ বিগ বাজেটৰ চিনেমা..

আহি আছে জুবিনৰ দুখনকৈ বিগ বাজেটৰ চিনেমা..

আহি আছে জুবিন গাৰ্গৰ দুখনকৈ বিগ বাজেটৰ চিনেমা। এই কথা নিজেই সদৰি কৰিলে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনে। মহানগৰীৰ আজাৰাত এখন ৰেষ্টুৰেণ্ট মুকলি কৰি সংবাদ মাধ্যমৰ নিজৰ চিনেমাক লৈ মন্তব্য কৰিলে জুবিনে। জুবিন গাৰ্গে কয়, ‘‘মই চিনেমা বনাই আছো। অহা বছৰ দুখনকৈ ডাঙৰ চিনেমা পাব ৰাইজে। ৰাইজে মোচ ‘চিকাৰ’ত আদিবাসীৰ ৰূপত

চাওক ২০ অক্টোবৰৰ ৰাশিফল,এই ৰাশিৰ লোকসকলে আজি পাব পাৰে ভাল খবৰ!

চাওক ২০ অক্টোবৰৰ ৰাশিফল,এই ৰাশিৰ লোকসকলে আজি পাব পাৰে ভাল খবৰ!

মেষ ৰাশি : আন কাৰো সহায় লোৱা প্ৰয়োজন। বন্ধুবৰ্গই আপোনাৰ সৈতে থিয় দিব। অস্বাস্থ্যকৰ খোৱা–লোৱা বন্ধ কৰিব লাগিব। বৃষ ৰাশি : মেজাজ সংযত ৰখাৰ চেষ্টা কৰক। সময়ৰ কাম সময়ত শেষ কৰিলে সফলতা আহিব। মিথুন ৰাশি : যদি আপুনি সম্পৰ্কৰ উত্তেজনা দূৰ কৰিব বিচাৰে, আপুনি এই সময়ত উপায় উলিয়াব পাৰে। আপুনি