ভাৰত আৰু পাকিস্তানৰ মেচ উপভোগ কৰিবলৈ গৈ ২৪ কেৰেট সোণৰ আইফোন হেৰুৱালে উৰ্বশী ৰাউটেলাই। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে উৰ্বশী ৰাউটেলাৰ শেহতীয়া পোষ্ট। উৰ্বশীৰ এই পোষ্টটো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে আৰু মানুহে এই পোষ্টটোত অহৰহ মন্তব্য কৰিছে।
১৮ অক্টোবৰত সূৰ্য্য, ১৯ অক্টোবৰত বুধ তুলা ৰাশিত প্ৰৱেশ কৰিব। আনহাতে মংগল আৰু কেতু ইতিমধ্যে তুলা ৰাশিত। এই কাৰণেই তুলাত চৰ্তুগ্ৰহী যোগ গঠন হ’বলৈ ওলাইছে ৷ হঠাৎ হাতলৈ টকা আহিব, জীৱনত উন্নতি হ’ব। সমাজত মূল্যবোধ বাঢ়িব, সংসাৰত সুখ-সমৃদ্ধি বাঢ়িব ৷ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে চৰ্তুগ্ৰহী যোগ গঠন অতি ফলদায়ক হ’ব।
উত্তৰ-পূবৰ ভিতৰতে দ্বিতীয়খন দীঘলীয়া উৰণীয়া সেতু হিচাপে পৰিগণিত হোৱা ৰাধাগোৱিন্দ বৰুৱা পথৰ কমাৰ্চ এণ্ডৰ পৰা গণেশগুৰি উৰণীয়া সেতুৰ এণ্ডলৈ ২.৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত উৰণীয়া সেতুখন সকলো ঠিকে থাকিলে কাতি বিহুৰ পিছদিনা আৰু ষষ্ঠী পূজাৰ আগদিনা ১৯ অক্টোবৰত ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰা হব৷ এয়া গুৱাহাটীবাসীলৈ অসমৰ মুখ্যমন্ত্ৰীৰ কাতি বিহু আৰু
যোৰহাটৰ লিচুবাৰীত বুধবাৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা। এখন চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয় এজন যুৱক। আহত যুৱকজন যোৰহাট গড়মূৰৰ বসন্ত দাস বুলি জানিব পৰা গৈছে। আহত বসন্ত দাসক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰা হয়। এখন ৱেগনআৰ বাহনত আহিছিল বসন্ত দাস। অভিযোগ অনুসৰি বসন্ত
বৃহস্পতিবাৰে খানাপাৰাত দুৰ্বৃত্তৰ গুলী বুকুৰে সৰকি গৈছিল অঞ্জন নাথ নামৰ এজন যুৱকৰ। দুৰ্বৃত্তৰ গুলীত ঢলি পৰা অঞ্জনৰ হাস্পতালত মৃত্যু হয়। এই গুলীচালনাৰ ঘটনাৰ মাষ্টাৰমাইণ্ডসহ ৭জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত সৌৰভ গোৱেংকা, গোবিন্দ কুমাৰ আৰু অৰবিন্দ ৰায়ক আঠগাঁও আৰু ভৰলুমুখৰ পৰা আৰক্ষীয়ে দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে ঘটনাত