মহানগৰীত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক…

মহানগৰীত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক…

মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক   মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ সংঘটিত হ’ল আৰু এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বেহাৰবাৰীৰ সোণকুছিত স্বামীয়ে শোৱাপাটীতে ডিঙি চেপি হত্যা কৰিলে পত্নীক ৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে পাষাণ স্বামী ৷ প্ৰাপ্ত খবৰ অনুসৰি,বেহাৰবাৰীৰ

নতুন ৰূপত AGPক আগবঢ়াই নিয়াৰ সংকল্পৰে গোলাঘাটত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস…

নতুন ৰূপত AGPক আগবঢ়াই নিয়াৰ সংকল্পৰে গোলাঘাটত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস…

১৯৮৫ চনৰ ১৪ অক্টোবৰ তাৰিখে ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আৰু অসমৰ জনসাধাৰণৰ আকুন্ঠ মৰম আৰু ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা অসমৰ সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ দলৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবেলি কেন্দ্ৰীয় ভাৱে জন্মস্থান গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। একে ধৰণে ৰাজ্যখনৰ সকলো জিলা সদৰ আৰু

ফাচীবজাৰত বিৰ দি বাট নোপোৱা অবস্হা..

ফাচীবজাৰত বিৰ দি বাট নোপোৱা অবস্হা..

আকৌ আহিছে শাৰদীয় দুৰ্গোৎসৱ। পূজা আহিলেই ন-বস্ত্ৰ কিনিবলৈ ভিৰ কৰে বজাৰত ৷ একেদৰে বিৰ দি বাট নোপোৱা হোৱা মহানগৰীৰ ফাঁচি বজাৰত এইবাৰো পূৰ্বৰ দৰে ক্ৰেতাৰ যথেষ্ট ভীৰ বাঢ়িছে ৷ আনহাতে ক্ৰেতাৰ ভীৰ বঢ়াৰ সন্দৰ্ভত বিক্রেতাই কয়, ৰাইজৰ উপস্থিতি যদিও বেছি দেখা গৈছে কাৰ্যত: এটা কাপোৰ কিনিবলৈ আহোতে লগত অহা চাৰিজনেহে

World Standards Day Celebrated in Guwahati

World Standards Day Celebrated in Guwahati

• Bureau of Indian Standards Guwahati felicitated 12Manak Veers for promotion & implementation of Standards. Guwahati 14th of October:The Bureau of Indian Standards (BIS), Guwahati, celebrated World Standards Day on 14th October 2023 at Ratnamouli Palace. Shri.Biswaranjan Samal, IAS, Addl. Chief Secretary, Food & Public Distribution & Consumer Affairs Department,