🔴অৰুণাচলৰ টাৱাঙত নিৰুদ্দেশ অসমৰ যুৱক🔴টাৱাঙৰ টাটা পাৱাৰ প্ৰজেক্টত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল নাৰায়ণপুৰৰ ভৰতপুৰ অৰূপ গগৈ🔴৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন
🔴মহানগৰীৰ বশিষ্ঠত সন্দেহজনক হেৰ’ইনসহ সৰবৰাহকাৰীক আটক🔴আৰক্ষীৰ জালত ধৃত অনন্যাস বসুমতাৰী🔴৩১টা কণ্টেইনাৰত ৫৮.৫ গ্ৰাম ড্ৰাগছ জব্দ🔴লগতে সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২টা মোবাইল ফোন আৰু ৩৯৯০ টকা নগদ ধন
স্মৃতি বিভ্ৰাটৰ ফলত অনেক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ দৈনন্দিনৰ কাম-কাজত ই সাংঘাতিক বাধাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো আজিকালি সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত পুষ্টিগুণসমৃদ্ধ এইকেইটা ফল অন্তৰ্ভুক্ত কৰিলে ভাল ফল পাব পাৰি৷ ১] ব্লু-বেৰিঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্লু-বেৰিৰ দৰে
🔴 ‘মই কংগ্ৰেছত যোগদান কৰিম বুলি একাংশই ভুৱা প্ৰচাৰ চলাইছে ৷’ 🔴 ‘এজন সাংবাদিক, এজন বিধায়ক আৰু দলৰ এজন নেতা এই কাৰ্যৰ সৈতে জড়িত আছে৷’ 🔴 ‘সময়ত মই সেইসকলৰ নাম ৰাজহুৱা কৰিম, বিষয়টো তদন্ত কৰিবৰ বাবে মই সভাপতিক অনুৰোধ জনাইছো৷’ 🔴 অগপ নেতা সত্যব্ৰত কলিতাই কংগ্ৰেছত যোগদান কৰিব বুলি প্ৰচাৰ
ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাত অন্তৰ্ভূক্ত কৰা, সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত বাসিন্দাসকলৰ সকলো চৰকাৰী প্ৰশাসনিক কাম কাজ ভৱানীপুৰ সৰভোগ সমষ্টিৰ হবলগীয়া উপজিলাৰ সদৰৰ পৰিবৰ্তে বজালী জিলা আয়ুক্ত কাৰ্যালয়ত বাহাল ৰখাৰ দাবীত চৰকাৰৰ সুমতি বিচাৰি আজি নাম প্ৰসংগৰে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে বজালীৰ বৃহত্তৰ পুঠিমাৰী, মেধিকুছি, উজানবৰবড়ী, শিয়ালমাৰী,